• Home
  • »
  • News
  • »
  • world
  • »
  • হায় কঁপাল! সুন্দৰী মহিলাৰ ওঁঠ হৈ পৰিল এনেকুৱা! শেষত কৰিলে কি?

হায় কঁপাল! সুন্দৰী মহিলাৰ ওঁঠ হৈ পৰিল এনেকুৱা! শেষত কৰিলে কি?

ভাইৰেল ফটো দেখাৰ পিছত শিহৰিত হৈ পৰিব আপুনি। ব্ৰাজিলৰ নাতালি নামৰ এগৰাকী মহিলাই নিজৰ ওঁঠৰ ফটো পোষ্ট কৰিছে। আচল কাণ্ড ভয়ংকৰ!

  • Share this:
ছচিয়েল মিডিয়াত ব্ৰাজিলৰ এগৰাকী মহিলাই নিজৰ ওঁঠৰ ফটো পোষ্ট কৰিছে। আৰু সেই ফটোখন ভাইৰেল হৈ পৰিছে। ভাবিছে চাগৈ এয়া কি নতুন কথা। সদায়েইটো ফটো ভাইৰেল হৈয়েই থাকে! কিন্তু এই ভাইৰেল ফটো দেখিলে শিহৰিত হৈ পৰিব আপুনি। ব্ৰাজিলৰ নাতালি নামৰ এগৰাকী মহিলাই নিজৰ ওঠৰ ফটো পোষ্ট কৰিছে। আচল কাণ্ড ভয়ংকৰ!

ব্ৰাজিলৰ নিতালি শুই থকাৰ সময়ত এটা চেণ্টিপেড পোকে কামুৰি দিয়ে। পোকটোৱে কামুৰে নিতালিৰ ওঁঠত। আৰু তাৰ পিছতে যুৱতীগৰাকীৰ উশাহ নিশাহত কষ্ট হয়। শাৰীৰিক পৰিস্থিতি অৱনতি ঘটাত এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। হাস্পতালত যেতিয়া উপস্থিত হৈছিল, তেতিয়ালৈকে মহিলাগৰাকীৰ ওঁঠ ফুলি গৈছিল।

দ্যা মিৰৰত প্ৰকাশিত বাতৰি অনুসৰি, যুৱতীগৰাকীৰ ওঠৰ এতিয়া অস্ত্ৰোপচাৰ কৰা হৈছে। মহিলাগৰাকীয়ে বিষত কথা ক'ব নোৱাৰা অৱস্থা হৈছিল। যুৱতীগৰাকীয়ে এই অভিজ্ঞতা বৰ্ণনা কৰিছে ছচিয়েল মিডিয়াত।
Published by:Himangshu Bhuyan
First published: