• Home
  • »
  • News
  • »
  • world
  • »
  • PIA Plane Crash: অৱতৰণ কৰাৰ ঠিক আগমুহৰ্তত ভাঙি পৰিল বিমান! CCTV ত ধৰা পৰিল দুৰ্ঘটনাৰ দৃশ্য

PIA Plane Crash: অৱতৰণ কৰাৰ ঠিক আগমুহৰ্তত ভাঙি পৰিল বিমান! CCTV ত ধৰা পৰিল দুৰ্ঘটনাৰ দৃশ্য

লেণ্ড কৰাৰ ঠিক আগমুহূৰ্তত বিমানৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে এটিচিৰ। 

লেণ্ড কৰাৰ ঠিক আগমুহূৰ্তত বিমানৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে এটিচিৰ। 

লেণ্ড কৰাৰ ঠিক আগমুহূৰ্তত বিমানৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে এটিচিৰ। 

  • Share this:
কৰাচীঃ লকডাউনৰ মাজত শুকুৰবাৰে পাকিস্তানৰ কৰাচীত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। বিমানবন্দৰত অৱতৰণৰ কিছু ক্ষণ পূৰ্বে এক জনবহুল এলেকাত ভাঙি পৰে পাকিস্তান ইন্টাৰনেশ্যনেল এয়াৰলাইন্সৰ এখন এয়াৰবাছ ৩২০ বিমান। দুৰ্ঘটনাত যাত্ৰী তথা বিমানকৰ্মী সহ শতাধিক লোকৰ মৃত্যুৰ তথ্য প্ৰকাশ। ভয়াৱহ সেই দুৰ্ঘটনাৰ চিচিটিভি ফুটেজ প্ৰকাশ পাইছে। যি দৃশ্য দেখিলে ভয়ত শিয়ৰি উঠিব।

লেণ্ড কৰাৰ ঠিক আগমুহূৰ্তত বিমানৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ যায় এটিচিৰ। তাৰপিছতে বিমানবন্দৰৰ নিচেই সমীপত এক মডেল কলনীত ভাঙি পৰে পাকিস্তান এয়াৰলাইন্সৰ PK 8303 বিমানখন। বিমানখন লাহোৰৰ পৰা কৰাচীলৈ আহিছিল। জনবহুল এলেকাত সংঘটিত এই দুৰ্ঘটনাৰ ফলত বহু ভৱনৰো ক্ষতিসাধন হয়।
First published: