உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • আপত্তিজনক, নাৰীবিদ্বেষী, যৌনগন্ধী মন্তব্য সম্প্ৰচাৰৰ অনুমতি দিছে নেকি BBC ৰেডিও ষ্টেচনে? প্ৰধানমন্ত্ৰীৰ মাতৃকলৈ কৰা অশ্লীল মন্তব্য কৰিলে সম্প্ৰচাৰ

    আপত্তিজনক, নাৰীবিদ্বেষী, যৌনগন্ধী মন্তব্য সম্প্ৰচাৰৰ অনুমতি দিছে নেকি BBC ৰেডিও ষ্টেচনে? প্ৰধানমন্ত্ৰীৰ মাতৃকলৈ কৰা অশ্লীল মন্তব্য কৰিলে সম্প্ৰচাৰ

    আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক কৰা অপমানসূচক মন্তব্য সম্প্ৰচাৰ কৰাৰ পিছতে এতিয়া সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

    • Share this:
    যেন আপত্তিজনক, নাৰীবিদ্বেষী, যৌনগন্ধী মন্তব্য সম্প্ৰচাৰৰ অনুমতিহে দিছে BBC ৰেডিঅ' ষ্টেচনে! আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান BBC ৰেডিও ষ্টেচনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক লৈ কৰা অপমানসূচক মন্তব্য সম্প্ৰচাৰ কৰাৰ পিছতে এতিয়া সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

    যোৱা ১ মাৰ্চত BBC ৰেডিঅ' ষ্টেচনৰ পুৱাৰ 'BBC Asian Network's Big Debate'- অনুষ্ঠানত এজন কলাৰে কৈছিল যে,"Modi di Maa laat fuddi a"- যাৰ অৰ্থ হ'ল- মোদী জীৰ মাতৃৰ যৌনাংগত ভৰি সোমোৱাই দিয়া। পাঞ্জাৱী ভাষাত এনেধৰণৰ অশ্লীল মন্তব্য কৰা হৈছিল। আৰু লোকজনৰ এই মন্তব্যক হুবহু সম্প্ৰচাৰ কৰিছিল সংবাদ প্ৰতিষ্ঠানটোৱে।

    এই কথা পোহৰলৈ অহাৰ পিছতে এতিয়া সকলোৱে একেমুখে ধিক্কাৰ দিছে সংবাদ প্ৰতিষ্ঠানটোৰ এনে কৰ্মকাণ্ডক। এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত এগৰাকী প্ৰধানমন্ত্ৰীৰ মাতৃক কৰা এনে মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয়। ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশবাসীক একত্ৰিত হ'বলৈ আহ্বান জনাইছে সকলোৱে।
    Published by:Himangshu Bhuyan
    First published: