• Home
  • »
  • News
  • »
  • world
  • »
  • নাৰ্ছৰ নৃত্য দেখি উত্তেজিত হৈ পৰিল যুৱক, বিচাৰিলে সাবটি ধৰিবলৈ! খেদি খেদি নাৰ্ছে দিলে উচিত শিক্ষা, ভাইৰেল হ'ল Video

নাৰ্ছৰ নৃত্য দেখি উত্তেজিত হৈ পৰিল যুৱক, বিচাৰিলে সাবটি ধৰিবলৈ! খেদি খেদি নাৰ্ছে দিলে উচিত শিক্ষা, ভাইৰেল হ'ল Video

লোকজনে কোঠালৈ প্ৰৱেশ কৰি সাৱটিব খোজিলে যুৱতীগৰাকীক।

লোকজনে কোঠালৈ প্ৰৱেশ কৰি সাৱটিব খোজিলে যুৱতীগৰাকীক।

লোকজনে কোঠালৈ প্ৰৱেশ কৰি সাৱটিব খোজিলে যুৱতীগৰাকীক।

  • Share this:
নিজৰ ঘৰত নিজৰ মতে নৃত্য কৰি আছিল এগৰাকী মহিলাই। সেই সময়ত ঘৰৰ পিছফালৰ গ্লাচেৰে মনে মনে মহিলাগৰাকীৰ নৃত্য চাই আছিল এজন অচিনাকী যুৱকে। ইমানেই নহয়, যুৱতীগৰাকীৰ শ্লীলতাহানি কৰাৰো চেষ্টা কৰে যুৱকজনে।

কোঠালৈ সোমাই আহি পিছফালৰ পৰা যুৱতীগৰাকীক সাৱটি ধৰিবলৈ চেষ্টা কৰে যুৱকজনে। যুৱকজনৰ তেনে আচৰণত অপ্ৰস্তুত হৈ পৰে যুৱতীগৰাকী। বাৰে বাৰে বাধা দিয়াৰ পিছতো যুৱকজনে কেৰেপ নকৰা দেখি যুৱতীগৰাকীয়ে ঘৰৰ পৰা গুৰিয়াই যুৱকজনক উলিয়াই দিয়াৰ লগতে খেদি খেদি প্ৰহাৰ কৰে।



যুৱতীগৰাকীৰ নাম এঞ্জোলো গনচালভেচ। পেছাত এগৰাকী নাৰ্ছ। থাকে ব্ৰাজিলৰ পাৰানাগুৱাত।বুধবাৰে সংঘটিত হয় এই ঘটনা। ছচিয়েল মিডিয়া যোগে এই ভিডিও প্ৰচাৰ হোৱাৰ পিছতে এতিয়া ভাইৰেল হৈ পৰিছে।
Published by:Himangshu Bhuyan
First published: