যেতিয়া দুই বন্ধু একেজনী যুৱতীৰে প্ৰেমত পৰে! একেলগেই ডেটিঙত যায়, সহবাস কৰে একেলগেই!

একেলগেই পাৰ কৰে আনন্দৰ মুহূৰ্ত। আনকি একেলগে সহবাসো কৰে তিনিও।
একেলগেই পাৰ কৰে আনন্দৰ মুহূৰ্ত। আনকি একেলগে সহবাসো কৰে তিনিও।
- News18 Assam
- Last Updated: January 4, 2021, 2:27 PM IST
একেলগেই যুৱতীগৰাকীৰ সৈতে ডেটিঙত যায়। একেলগেই কটাইছে বহু নিবিড় মুহূৰ্ত।
ডিন’ ডিচ’জা, বয়স ৪০, চাওলা গোমেজ, বয়স ৩০। দুয়োৰে ঘৰ ব্ৰাজিলত। বেলাৰুৰ ২৭ বছৰীয়া অ’লগা নামৰ এগৰাকী যুৱতীক এতিয়া দুয়োজনেই ভাল পাই। একেলগেই

বাৰ্চিলোনাত দুয়োজন বন্ধুৱে প্ৰথমবাৰলৈ লগ পাইছিল অ’লগাক। আৰু দুয়োজনেই যুৱতীগৰাকীলৈ আগবঢ়াছিল প্ৰেমৰ প্ৰস্তাৱ। দুয়োৰে প্ৰেমৰ প্ৰস্তাৱলৈ সন্মতিও জনাই
যুৱতীগৰাকীয়ে। আৰু তেতিয়াৰ পৰাই তিনিওজনে একেলগে থাকে একেখন ঘৰতে।

তিনিও এতিয়া অত্যন্ত সুখী। দুয়োগৰাকী প্ৰেমিকেই এতিয়া মৰমেৰে উপচাই তুলিছে বুলি মন্তব্য কৰিছে প্ৰেমিকা অ’লগাই। সেইদৰে অ’লগাৰ দৰে প্ৰেমিকা লাভ কৰি দুই
বন্ধুৱেও ভগৱানক ধন্যবাদ জনাইছে।