• Home
  • »
  • News
  • »
  • world
  • »
  • প্ৰেমিকাই মাক–দেউতাকৰ সৈতে লগ কৰাবলৈ বয়ফ্ৰেণ্ডক ঘৰলৈ মাতিলে, প্ৰেমিকাৰ মাতৃক দেখি আচৰিত হৈ পৰিল যুৱক...জানক কিয়!

প্ৰেমিকাই মাক–দেউতাকৰ সৈতে লগ কৰাবলৈ বয়ফ্ৰেণ্ডক ঘৰলৈ মাতিলে, প্ৰেমিকাৰ মাতৃক দেখি আচৰিত হৈ পৰিল যুৱক...জানক কিয়!

প্ৰতীকি ফটো

প্ৰতীকি ফটো

ছ'চিয়েল মিডিয়া ছাইট ৰেডিটত (Viral Reddit Post)ত এজন ব্যক্তিয়ে এটা আজৱ অভিজ্ঞতা প্ৰকাশ কৰিছে। নাম নোকোৱাকৈ, মানুহক নিজৰ আৰু তেওঁৰ প্ৰেমিকাৰ সৈতে সম্পৰ্কিত এটা ঘটনা (Weird Relationship Story) জনাইছে। ২১ বছৰীয়া যুৱকজনে কয় যে, তেওঁ অলপতে প্ৰেয়সীৰ মাক-দেউতাকক লগ কৰিবলৈ প্ৰেমিকাৰ ঘৰলৈ গৈছিল। কিন্তু তেওঁ মাকক দেখি আচৰিত হৈ পৰে কিয়নো ২ বছৰ পূৰ্বে দুয়োৰে মাজত সম্পৰ্ক আছিল (Boyfriend Affair With Girlfriend's Mother)।

  • Share this:
যিকোনো যুৱকৰ বাবে তেওঁৰ প্ৰেমিকাৰ মাক দেউতাকক লগ পোৱাটো যথেষ্ট কঠিন মুহূৰ্ত। কেতিয়াবা মানুহে ইমান ভয় খায় যে তেওঁলোকে ওলাই আহিবলৈও সাহস নকৰে। কিন্তু এনেকুৱা এজন ‘নাৰ্ভাছ’ প্ৰেমিকে যেতিয়া প্ৰেমিকাৰ মাকক দেখা পায় তেওঁ প্ৰায় মূৰ্চা যোৱাৰ উপক্ৰম হয়! কাৰণটো অতি আজৱ!

দ্য চান ৱেবছাইটৰ মতে, ছ'চিয়েল মিডিয়া ছাইট ৰেডিটে (Viral Reddit Post)ত এজন ব্যক্তিয়ে প্ৰকাশ কৰা আচৰিত প্ৰেম কাহিনীৰ কথা প্ৰকাশ কৰিছে। নিজৰ নাম নোকোৱাকৈ, তেওঁ বিশ্বক নিজৰ আৰু তেওঁৰ প্ৰেমিকাৰ সৈতে সম্পৰ্কিত এটা ঘটনা অৱগত কৰিছে।২১ বছৰীয়া যুৱকজনে কয় যে, তেওঁ অলপতে প্ৰেয়সীৰ মাক-দেউতাকক লগ কৰিবলৈ প্ৰেমিকাৰ ঘৰলৈ গৈছিল। কিন্তু তেওঁ মাকক দেখি আচৰিত হৈ পৰে কিয়নো ২ বছৰ পূৰ্বে দুয়োৰে মাজত সম্পৰ্ক আছিল (Boyfriend Affair With Girlfriend's Mother)।

প্ৰেমিকাৰ মাকৰ সৈতে আছিল সম্পৰ্ক!
ৰেডিট পোষ্ট অনুসৰি, যুৱকজনে জনায় যে, তেওঁ ১৯ বছৰ বয়সত ব্যক্তিগত প্ৰশিক্ষক হিচাপে কাম কৰিছিল। সেই সময়ছোৱাত, তেওঁৰ প্ৰেমিকাৰ মাক জিমলৈ আহিছিল য'ত দুয়ো লগ পাইছিল। তেওঁলোকে গম নোপোৱাকৈ দুয়োৰে মাজৰ আকৰ্ষণ শাৰীৰিক সম্পৰ্কলৈ পৰিণত হৈ এক মজবুত সম্পৰ্ক গঢ়ি উঠে। যুৱকজনৰ মতে, মহিলাগৰাকীৰ বয়স সেই সময়ত ৪০ বছৰ হ’লেও তেওঁ একেবাৰে ২৫ বছৰীয়া ছোৱালীৰ দৰে আকৰ্ষণীয় আছিল। সেইকাৰণে তেওঁলোক দুয়ো ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হৈছিল।

যুৱকজনে সত্য পোহৰলৈ অহাৰ পিচত যথেষ্ট অনুতাপ প্ৰকাশ কৰে আৰু কয় যে দুবছৰ পূৰ্বে হোৱা ঘটনাটো তেওঁ এতিয়া নিজৰ প্ৰেমিকাক ক’বও নোৱাৰে। পৰিস্থিতি তেওঁৰ কাৰণে জটিল হৈ পৰিল। এই পোষ্টত বিভিন্নজনে বিভিন্ন মন্তব্য দিয়া দেখা যায়। একাংশৰ মতে তেওঁ কাকো ঠগা নাই সম্পৰ্কৰ নামত গতিকে পুৰণি কথা পাহৰি বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়া উচিত।
First published: