ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল প্ৰিয়ংকা চোপ্ৰা!

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা নিজৰ স্বামী নিক’ জোনছৰ সৈতে এইকেইদিন পেৰিছ ভ্ৰমণত ব্যস্ত। তাৰমাজতে আজি নিক‘ জোনছে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক

News18-Assam
Updated:June 28, 2019, 3:42 PM IST
ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল প্ৰিয়ংকা চোপ্ৰা!
অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা নিজৰ স্বামী নিক’ জোনছৰ সৈতে এইকেইদিন পেৰিছ ভ্ৰমণত ব্যস্ত। তাৰমাজতে আজি নিক‘ জোনছে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক
News18-Assam
Updated: June 28, 2019, 3:42 PM IST
বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী নিক জোনছ এই কেইদিন পেৰিছ ভ্ৰমণত ব্যস্ত। দুয়োৱে ছচিয়েল মিডিয়াত আপলোড কৰিছে ভ্ৰমণকালৰ কিছু মুহূৰ্ত। প্ৰিয়ংকা চোপ্ৰাৰ  আৰু নিক জিনছে সাগৰৰ বুকুত জাহাজৰ ওপৰত অনুষ্ঠিত হোৱা  এক পাৰ্টিত উপস্থিত আছিল। সেইসময়তে হঠাত্‍ প্ৰিয়ংকাই নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই  তললৈ পৰিবলৈ লওতেই সৌভাগ্যক্ৰমে প্ৰিয়ংকা চোপ্ৰাক ৰক্ষা কৰে স্বামী নিক’ জোনছে।



এই সমগ্ৰ ঘটনাটো উপস্থিত থকা এজনে নিজৰ কেমেৰাত আৱদ্ধ কৰি ছচিয়েল মিডিয়াত আপলোড কৰে। পিছত ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

 


আৰু চাওক পৰৱৰ্তী বাতৰি