ছচিয়েল মিডিয়াত নিজৰ নগ্ন ফটো দেখি হতবাক পাকিস্তানী কণ্ঠশিল্পী ৰাবি পিৰজাদা, FIA ত দিলে গোচৰ

পাকিস্তানৰ কণ্ঠশিল্পী ৰাবি পিৰজাদাৰ নগ্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত

News18-Assam
Updated:November 3, 2019, 5:35 PM IST
ছচিয়েল মিডিয়াত নিজৰ নগ্ন ফটো দেখি হতবাক পাকিস্তানী কণ্ঠশিল্পী ৰাবি পিৰজাদা, FIA ত দিলে গোচৰ
Source-Google
News18-Assam
Updated: November 3, 2019, 5:35 PM IST
পাকিস্তানৰ কণ্ঠশিল্পী ৰাবি পিৰজাদাৰ নগ্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। নিজৰ এনেবোৰ ফটো ছচিয়েল মিডিয়াত দেখি হতবাক হয় পাকিস্তানী কণ্ঠশিল্পীগৰাকী। এনেবোৰ ফটো কণ্ঠশিল্পীগৰাকীয়ে ইচ্ছাকৃত ভাবেই শ্বেয়াৰ কৰোৱাইছে বুলি একাংশই অভিযোগ অনাৰ পিছত  শনিবাৰে ৰাবি পিৰজাদাই ফেডাৰেল ইণ্টেলিজেনছ এজেন্সী চমুকৈ FIA ত গোচৰ দিয়ে।

Source-Google


উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে পাকিস্তানৰ কণ্ঠশিল্পী ৰাবি পিৰজাদাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিছিল হত্যাৰ ভাবুকি। কণ্ঠশিল্পীগৰাকীয়ে হাতত ডাঙৰ ডাঙৰ সাপ, ঘৰিয়াল লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ ককৰ্থনা কৰাৰ লগতে কাশ্মীৰ বিচাৰি মাজে মাজে গীতো গাইছিল।



আৰু চাওক পৰৱৰ্তী বাতৰি