অসভ্য! বছৰ সুৰাৰ গিলাছত কোৰোণা ৰোগীৰ লেলাৱতি মিহলাই হত্যাৰ চেষ্টা...তাৰ পিছত

চেলছমেনজনে ডিলাৰশ্বিটোৰ স্বত্বাধিকাৰী উনভাৰ্ডিৰ পৰা ২১,৪১০ পাউণ্ড চুৰি কৰিবলৈ চেষ্টা কৰি ধৰা পৰিছিল।
চেলছমেনজনে ডিলাৰশ্বিটোৰ স্বত্বাধিকাৰী উনভাৰ্ডিৰ পৰা ২১,৪১০ পাউণ্ড চুৰি কৰিবলৈ চেষ্টা কৰি ধৰা পৰিছিল।
- News18 Assam
- Last Updated: February 12, 2021, 9:24 AM IST
এজন গাড়ী ৰ চেলচমেনজনে তেওঁৰ মালিকৰ পানীয়ত ক'ৰোনা আক্ৰান্ত ৰোগীৰ লেলাৱতি মিলাই তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে জানিব দিছে। চেলচমেনজনে তেওঁৰ মালিক ইব্ৰাহিম আনভাৰ্ডি আৰু তেওঁৰ পত্নীক হত্যা কৰিবলৈ চেষ্টা কৰিছিল।
ৰামাজান চিমেন বুলি চিনাক্ত কৰা চেলচমেনজনক তেওঁৰ
অভিযুক্ত চেলছমেনজনে ইমানতে ক্ষান্ত নাথাকি তেওঁৰ গৰাকীক হত্যাৰ ভাবুকি দিছিল। ইয়াৰ পিছতেই আৰক্ষীয়ে ইব্ৰাহিম আনডাৰ্ভি আৰু তেওঁৰ পৰিয়ালক আনুষ্ঠানিকভাৱে সুৰক্ষা প্ৰদান কৰে।
ইব্ৰাহিমৰ পত্নীয়ে এই বিষয়ত কয় যে পৰিস্থিতি ইমানেই বিপদজনক হৈছিল যে আমি এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাব ভয় কৰা হ'লো। আমি আমাৰ সন্তানৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰ বাবে যথেষ্ট চিন্তিত। আমি আমাৰ নিজৰ ঘৰত কাৰাগাৰত থকা যেন অনুভৱ হৈছে। মই ন্যায়ৰ ওপৰত বিশ্বাস কৰোঁ আৰু মই বিচাৰো যে এই মানুহজনে প্ৰয়োজনীয় শাস্তি লাভ কৰক।