உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • এতিয়াৰে পৰা মন গ’লেই ভূটানলৈ যাব নোৱাৰিব, প্ৰৱেশ কৰিলেই ভৰিব লাগিব ১২০০ টকা

    এতিয়াৰে পৰা মন গ’লেই ভূটানলৈ যাব নোৱাৰিব, প্ৰৱেশ কৰিলেই ভৰিব লাগিব ১২০০ টকা

    Source-Google

    Source-Google

    টানত প্ৰৱেশ কৰিলে আদায় দিব লাগিব মাছূল।

    • Share this:
    এতিয়াৰে পৰা ভূটানলৈ যাবলৈ লাগিব মাছূল। ভূটানত প্ৰৱেশ কৰিলে আদায় দিব লাগিব মাছূল। ভূটান চৰকাৰে নিৰ্ধাৰণ কৰিছে ভাৰতীয় পৰ্যটকৰ দৈনিক কৰ নিৰিখ।
    ০ৰ পৰা ৫ বছৰীয়া শিশুৰ বাবে নাই কোনো মাছূল। ৬ৰ পৰা ১২ বছৰৰ শিশুৰ বাবেমাছূলৰ নিৰিখ ৬০০ টকা।  ১৩ বছৰৰ ওপৰৰ সকলৰ বাবে ১২০০ টকা ধাৰ্য। সোমবাৰে ভূটান সংসদত গৃহীত প্ৰৱেশ কৰৰ নিৰ্দেশনা।
    Published by:Himangshu Bhuyan
    First published: