
Source-Google
টানত প্ৰৱেশ কৰিলে আদায় দিব লাগিব মাছূল।
এতিয়াৰে পৰা ভূটানলৈ যাবলৈ লাগিব মাছূল। ভূটানত প্ৰৱেশ কৰিলে আদায় দিব লাগিব মাছূল। ভূটান চৰকাৰে নিৰ্ধাৰণ কৰিছে ভাৰতীয় পৰ্যটকৰ দৈনিক কৰ নিৰিখ।
০ৰ পৰা ৫ বছৰীয়া শিশুৰ বাবে নাই কোনো মাছূল। ৬ৰ পৰা ১২ বছৰৰ শিশুৰ বাবেমাছূলৰ নিৰিখ ৬০০ টকা। ১৩ বছৰৰ ওপৰৰ সকলৰ বাবে ১২০০ টকা ধাৰ্য। সোমবাৰে ভূটান সংসদত গৃহীত প্ৰৱেশ কৰৰ নিৰ্দেশনা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|