বিশ্বৰ আটাইতকৈ ধুনীয়া যুৱতী কেইগৰাকী.. ৰূপে গুণে মুগ্ধ কৰিছে সকলোকে!

আমেৰিকাৰ মডেল বেলা হাদিদ হ’ল বিশ্বৰ আটাইতকৈ ধুনীয়া যুৱতী। ই তালিকাৰ দ্বিতীয় স্থানত আছে আমেৰিকাৰ জনপ্ৰিয় গায়িকা বিয়নচি

News18-Assam
Updated:October 16, 2019, 9:58 PM IST
বিশ্বৰ আটাইতকৈ ধুনীয়া যুৱতী কেইগৰাকী.. ৰূপে গুণে মুগ্ধ কৰিছে সকলোকে!
আমেৰিকাৰ মডেল বেলা হাদিদ হ’ল বিশ্বৰ আটাইতকৈ ধুনীয়া যুৱতী। ই তালিকাৰ দ্বিতীয় স্থানত আছে আমেৰিকাৰ জনপ্ৰিয় গায়িকা বিয়নচি
News18-Assam
Updated: October 16, 2019, 9:58 PM IST
বিশ্বৰ আটাইতকৈ ধুনীয়া যুৱতী কোন জানেনে? আমেৰিকাৰ মডেল বেলা হাদিদ হ’ল বিশ্বৰ আটাইতকৈ ধুনীয়া যুৱতী। লণ্ডনৰ হাৰ্লি ষ্ট্ৰীটৰ বিশিষ্ট ফে’চিয়েল কসমেটিক ছাৰ্জনৰ ড০ জুলীয়ান ডি ছিল্ভাৰ নেতৃত্বই এক সমীক্ষাৰ ভিত্তিত উলিয়াইছে বিশ্বৰ আটাইতকৈ ধুনীয়া যুৱতীৰ এখন তালিকা।

এম্বাৰ হাৰ্ড


ড০ জুলীয়ান ডি ছিল্ভাৰ নেতৃত্বইত প্ৰকাশ কৰা তালিকাত শীৰ্ষস্থানত আছে আমেৰিকাৰ ছুপাৰ মডেল ২৩ বছৰীয়া বেলা হাদিদ।

বেলা হাদিদ


কাৰণ বেলা হাডিডৰ মুখ মণ্ডল অতি নিঁখূত আৰু আকৰ্ষণীয়, মুখ মণ্ডলত নাই এটাও দাগ।

বিয়নচি


 

এই তালিকাৰ দ্বিতীয় স্থানত আছে আমেৰিকাৰ জনপ্ৰিয় গায়িকা বিয়নচি। গায়িকাগৰাকীৰ মুখমণ্ডল ৯২.৪৪ শতাংশ নিখুঁত বুলি অভিহিত কৰিছে সমীক্ষা চলোৱা দলটোৱে। তালিকাৰ তৃতীয় স্থানত আছে আমেৰিকান অভিনেত্ৰী এম্বাৰ হাৰ্ড।

এৰিয়ানা গ্ৰাণ্ড


তালিকাৰ চতুৰ্থ স্থানত আছে  এৰিয়ানা গ্ৰাণ্ড।
আৰু চাওক পৰৱৰ্তী বাতৰি