মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Baba Vanga Prediction : বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ২ মাহৰ ভিতৰত ভাৰতত হ’ব পাৰে এই ডাঙৰ বিপদ!

Baba Vanga Prediction : বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ২ মাহৰ ভিতৰত ভাৰতত হ’ব পাৰে এই ডাঙৰ বিপদ!

বাবা ভাংগাই ২০২২ চনৰ বাবে ভৱিষ্যদ্বাণী কৰিছিল। ইয়াৰ ভিতৰত একাংশ দেশত পানীৰ অভাৱৰ বাবে সমস্যাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰিছিল।

বাবা ভাংগাই ২০২২ চনৰ বাবে ভৱিষ্যদ্বাণী কৰিছিল। ইয়াৰ ভিতৰত একাংশ দেশত পানীৰ অভাৱৰ বাবে সমস্যাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰিছিল।

বাবা ভাংগাই ২০২২ চনৰ বাবে ভৱিষ্যদ্বাণী কৰিছিল। ইয়াৰ ভিতৰত একাংশ দেশত পানীৰ অভাৱৰ বাবে সমস্যাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰিছিল।

  • Share this:
বুলগেৰিয়াৰ বাবা ভাংগা বিশ্বৰ ভৱিষ্যদ্বাণী কৰা লোকসকলৰ ভিতৰত অন্যতম। বাবা ভাংগাই ২০২২ৰ বাবে ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছিল। ভৱিষ্যদ্বাণীৰ বাবে বিখ্যাত বাবা ভাংগাৰ বহু ভৱিষ্যদ্বাণী এতিয়ালৈ ফলিয়াইছে।

বাবা ভাংগাই ৫০৭৯লৈ ভৱিষ্যদ্বাণী কৰিছিল। বাবা ভাংগাৰ ২০২২ৰ বাবে কৰা ভৱিষ্যদ্বাণী এতিয়ালৈ সঁচা প্ৰমাণিত হোৱা দেখা গৈছে। বাবা ভাংগাৰ ছোভিয়েট সংঘৰ ভংগ, আমেৰিকাত সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ 9/11ৰ আক্ৰমণসহ বহু ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হৈছে। বুলগেৰিয়াৰ দৃষ্টিহীন বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সমগ্ৰ বিশ্বই বিশ্বাস কৰে। এতিয়া বাবা ভাংগাৰ আন এক ভৱিষ্যদ্বাণীয়ে মানুহক ভীতিগ্ৰস্ত কৰিছে। আহক জানো ভাতৰক লৈ কি ভৱিষ্যদ্বাণী কৰিছে বাবা ভাংগাই?

মিডিয়া ৰিপ’ৰ্ট অনুসৰি, বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছিল যে ২০২২ত বিশ্বত তাপমান কম হ’ব যাৰ ফলত যাৰ বাবে ফৰিঙৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব। খাদ্যৰ সন্ধানত ফৰিঙে ভাৰতত আক্ৰমণ কৰিব। ফৰিঙৰ আক্ৰমণৰ ফলত শস্যৰ ব্যাপক ক্ষতি হ’ব।



ইয়াৰ ফলত ভাৰতত সংকটৰ বাবে দুৰ্ভিক্ষই দেখা দিব পাৰে, যাৰ বাবে ডাঙৰ বিপদে দেখা দিব পাৰে। ইয়াৰ পূৰ্বে বাবা ভাংগাৰ বহু ভৱিষ্যদ্বাণী ফলিয়াইছিল।

বাবা ভাংগাই ২০২২ চনৰ বাবে ভৱিষ্যদ্বাণী কৰিছিল। ইয়াৰ ভিতৰত একাংশ দেশত পানীৰ অভাৱৰ বাবে সমস্যাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰিছিল। পৰ্তুগাল আৰু ইটালীৰ দৰে দেশে মানুহক কম পানী ব্যৱহাৰ কৰিবলৈ কৈছিল। ১৯৫০ৰ দশকৰ পিছত এই দেশসমূহত আটাইতকৈ কম বৰষুণ হয়। ইটালীতো ১৯৫০ৰ দশকৰ পিছত আটাইতকৈ অধিক খৰাঙৰ সন্মুখীন হ’বলগীয়া হৈছে।

Baba Vanga


বাবা ভাংগাই কৈছিল যে এই বছৰত এছিয়াৰ দেশসমূহ আৰু অষ্ট্ৰেলিয়াৰ কিছু অঞ্চলত বান আহিব। ইয়াৰ উপৰি ভূমিকম্প আৰু ছুনামী অহাৰ ভৱিষ্যদ্বাণী কৰিছিল। এই বছৰত প্ৰচণ্ড বৰষুণ আৰু বানৰ বাবে অষ্ট্ৰেলিয়াৰ পূব উপকূলত ধ্বংসলীলা দেখা গৈছিল। বাংলাদেশ, ভাৰতৰ উত্তৰ–পূব অঞ্চল আৰু থাইলেণ্ডতো বানৰ সংহাৰ চলিছিল। যাৰ ফলত বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হোৱা বুলি ধাৰণা কৰা হৈছে।

শেহতীয়া বাতৰি