• Home
  • »
  • News
  • »
  • world
  • »
  • Cricket : চিনেমাৰ কায়দাৰে ঘৰৰ পৰাই অপহৰণ ক্ৰিকেটাৰক! দিলে হত্যাৰ ভাবুকি।

Cricket : চিনেমাৰ কায়দাৰে ঘৰৰ পৰাই অপহৰণ ক্ৰিকেটাৰক! দিলে হত্যাৰ ভাবুকি।

অষ্ট্ৰেলিয়াৰ ছিডনীৰ নিজৰ ঘৰৰ পৰাই অপহৰণ কৰিছিল ক্ৰিকেটাৰ ষ্টুৱাৰ্ট মেকগিলক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪জনক।

  • Share this:
 অষ্ট্ৰেলিয়াৰ ছিডনীত নিজ ঘৰৰ পৰা অপহৰণ কৰা হৈছিল প্ৰাক্তন ক্ৰিকেটাৰ ষ্টুৱাৰ্ট মেকগিলক(stuart macgill)। অপহৰণকাৰীয়ে ক্ৰিকেটাৰজনক বেয়াকৈ মাৰপিট কৰাৰ লগতে হত্যাৰো ভাবুকি দিয়ে। পিছত ক্ৰিকেটাৰদনক মুকলি কৰি দিয়ে অপহৰণকাৰীয়ে।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে বুধবাৰে ৪জন লোকক গ্ৰেপ্তাৰ কৰিছে। ৫০ বছৰীয়া মেকগিলক নিজৰ ঘৰৰ পৰা কেইজনমানলোকে এখন গাড়ীৰে অপহৰণ কৰি নিছিল।

১৫ এপ্ৰিলতে সংঘটিত হৈছিল এই ঘটনা। ২০এপ্ৰিলত আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই ৪ জন লোকক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্যে যে ১৯৯৮ চনৰ পৰা ২০০৮ চনলৈ অষ্ট্ৰেলিয়া দলৰ হৈ খেলিছিল মেকগিলে। লেগ স্পীনাৰ মেকগিলে ৪৪খন টেষ্টত ২০৮টা উইকেট দখল কৰিছিল।
Published by:Manjumoni Borah
First published: