অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে লিখিলে 'কিটনা আচ্ছা হ্যে মোদী'!

News18-Assam
Updated:June 29, 2019, 1:20 PM IST
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে লিখিলে 'কিটনা আচ্ছা হ্যে মোদী'!
G–20 সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে ছেলফি তুলিলে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে

G–20 সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে ছেলফি তুলিলে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে

  • Share this:
প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ। সকলোকে স্তম্ভিত কৰি হিন্দীতে মোদীক প্ৰশংসা কৰিলে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। G 20 সন্মিলনত অংশগ্ৰহণ কৰি দুয়োগৰাকী ৰাষ্ট্ৰনেতাৰ অন্তৰংগ মুহূৰ্তত এক ছেলফি টুইটাৰত আপলোড কৰি স্কট মৰিচনে লিখিলে 'কিটনা আচ্ছা হ্যে মোদী'। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ এই টুইটটোৱে এতিয়া সৰ্বত্ৰ লাভ কৰিছে ব্যাপক চৰ্চা।

First published: June 29, 2019, 12:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি