খেলপথাৰত ‘Water boy’ ৰ ৰূপত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী একাদশ আৰু শ্ৰীলংকাৰ মাজৰ প্ৰীতি ক্ৰিকেট মেচৰ ড্ৰিংছ ব্ৰেকত দেখা গ’ল এই দৃশ্য

News18-Assam
Updated:October 25, 2019, 3:16 PM IST
খেলপথাৰত ‘Water boy’ ৰ ৰূপত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী একাদশ আৰু শ্ৰীলংকাৰ মাজৰ প্ৰীতি ক্ৰিকেট মেচৰ ড্ৰিংছ ব্ৰেকত দেখা গ’ল এই দৃশ্য
News18-Assam
Updated: October 25, 2019, 3:16 PM IST
অষ্ট্ৰেলিয়াৰ খেলপথাৰত কোনো দিন নেদেখা এটা দৃশ্য। চলি আছিল প্ৰধানমন্ত্ৰী একাদশ আৰু শ্ৰীলংকাৰ মাজত প্ৰীতি ক্ৰিকেট মেচ। খেলখনৰ ড্ৰিংছ ব্ৰেকত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰীছে ‘Water boy’ ৰ ৰূপত প্ৰৱেশ কৰিলে খেলপথাৰত।



প্ৰধানমন্ত্ৰীজনৰ এনে ৰূপ দেখি খেলপথাৰত উপস্থিত থকা দৰ্শকৰ লগতে খেলুৱৈ সকলেও অভিবাদন জনালে প্ৰধানমন্ত্ৰী স্কট মৰীছক। প্ৰধানমন্ত্ৰীজনে খেলুৱৈসকলৰ বাবে পানী কঢ়িওৱা ফটো ইণ্টাৰনেটত মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি