• Home
  • »
  • News
  • »
  • world
  • »
  • STAY STRONG INDIA: দুৰ্যোগৰ সময়ত অষ্ট্ৰেলিয়াৰ এখন বিশ্ববিদ্যালয়ে এক বিশেষ ধৰণে সাহস দিছে ভাৰতক...

STAY STRONG INDIA: দুৰ্যোগৰ সময়ত অষ্ট্ৰেলিয়াৰ এখন বিশ্ববিদ্যালয়ে এক বিশেষ ধৰণে সাহস দিছে ভাৰতক...

PHOTO-ANI

PHOTO-ANI

অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছ বিশ্ববিদ্যালয়ে ইয়াৰ গ্ৰন্থাগাৰৰ অট্টালিকাটো এনেদৰে সজাই তুলিছে ভাৰতীয় ছাত্ৰ আৰু বন্ধুসমূহক সাহস দিয়াৰ উদ্দেশ্যে । অট্টালিকাটোত দিয়া টেগলাইনটো হৈছে Stay strong India।

  • Share this:
সমগ্ৰ ভাৰতবৰ্ষই এতিয়া ক'ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। প্ৰতিদিনে এতিয়াও ৩লাখতকৈ অধিক লোক দেশত আক্ৰান্ত হৈ আছে। এনে সময়তে বিভিন্ন দেশে বিভিন্ন ধৰণে সাহস দিছে ভাৰতক।

অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছ বিশ্ববিদ্যালয়ে ইয়াৰ গ্ৰন্থাগাৰৰ অট্টালিকাটো এনেদৰে সজাই তুলিছে ভাৰতীয় ছাত্ৰ আৰু বন্ধুসমূহক সাহস দিয়াৰ উদ্দেশ্যে । অট্টালিকাটোত দিয়া টেগলাইনটো হৈছে Stay strong India।
Published by:Kokil Sarma
First published: