মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »বিদেশত থাকি এজন অসমীয়া যুৱকে CAAৰ বিৰুদ্ধে গঢ়িছে জনমত, নিৰ্মাণ কৰিছে প্ৰতিবাদী গীত

বিদেশত থাকি এজন অসমীয়া যুৱকে CAAৰ বিৰুদ্ধে গঢ়িছে জনমত, নিৰ্মাণ কৰিছে প্ৰতিবাদী গীত

যুৱকজনৰ নাম গীত বৰুৱা। থাকে আমেৰিকাত

যুৱকজনৰ নাম গীত বৰুৱা। থাকে আমেৰিকাত

যুৱকজনৰ নাম গীত বৰুৱা। থাকে আমেৰিকাত

  • Share this:
বিদেশত থাকি এজন অসমীয়া যুৱকে CAAৰপ বিৰুদ্ধে গঢ়িছে জনমত। বহুকেইখন দেশত থকা অসমীয়া যুৱকৰ সৈতে মিলি নিৰ্মাণ কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী গীত।

যুৱকজনৰ নাম গীত বৰুৱা। থাকে আমেৰিকাৰ ল’জ এঞ্জেলছত। যুৱকজনে ইজৰাইল, ইৰাণ, পেলেষ্টাইন, আমেৰিকা, বেলজিয়াম আদি দেশত থকা কেইজনমান অসমীয়া যুৱকৰ সৈতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এটি প্ৰতিবাদী গীত নিৰ্মাণ কৰি উলিয়াইছে।

শেহতীয়া বাতৰি