মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাওনাক নতুন ৰূপত উপস্থাপনৰ চেষ্টা জামুগুৰিহাটৰ যুৱকৰ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাওনাক নতুন ৰূপত উপস্থাপনৰ চেষ্টা জামুগুৰিহাটৰ যুৱকৰ

News18-Assam
Updated:July 3, 2019, 2:41 PM IST
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাওনাক নতুন ৰূপত উপস্থাপনৰ চেষ্টা জামুগুৰিহাটৰ যুৱকৰ
জামুগুৰিহাটৰ যুৱকে লৈছে এক ব্যতিক্ৰমী প্ৰচেষ্টা। অসমৰ ভাওনাক নতুন ৰূপত কৰিছে উপস্থাপন

জামুগুৰিহাটৰ যুৱকে লৈছে এক ব্যতিক্ৰমী প্ৰচেষ্টা। অসমৰ ভাওনাক নতুন ৰূপত কৰিছে উপস্থাপন

  • Share this:
অসমৰ সংস্কৃতিৰ অন্যতম চানেকী ভাওনাক এইবাৰ বিশ্ব দৰবাৰত তুলি ধৰাৰ মহৎ প্ৰয়াস কৰিছে তেজপুৰৰ জামুগুৰিহাটৰ সাংস্কৃতিবান যুৱক অৰূপ শইকীয়াই। ইতিমধ্যে ইংৰাজী ভাষাত ভাওনা পাতি সকলোৰে দৃষ্টি আৰ্কষণ কৰিছিল অৰূপ শইকীয়াই। এইবাৰ অৰূপ শইকীয়াই অংকীয়া নাটত অভিনয়ৰ বাবে বিদেশত বিচাৰিছে শিল্পী ৷ ভাওনাত অভিনয় কৰাবলৈ ইতিমধ্যে ৰাছিয়াকে ধৰি কেইবাখনো দেশৰ বহু শিল্পীক চুক্তিবদ্ধ কৰোৱাইছে অৰূপ শইকীয়াই।



ভাওনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অৰূপ শইকীয়াই লোৱা পদক্ষেপ সঁচাই শলাগ লৱলগীয়া ৷

জামুগুৰিৰ পৰা তুষাৰ হাজৰিকাৰ প্ৰতিবেদন
First published: July 3, 2019, 2:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি