Tokyo Olympics: অলিম্পিকত পদক নিশ্চিত কৰিলে লাভলীনাই, ছেমিত প্ৰৱেশ কৰিলে অসমৰ বক্সাৰগৰাকীয়ে। ৪ আগষ্টত ছেমি ফাইনেলত ৰীঙত নামিব লাভলীনা বৰগোহাঁই।
Lovlina Borgohain puts up a brilliant performance: অলিম্পিকত পদক নিশ্চিত কৰিলে লাভলীনাই, ছেমিত প্ৰৱেশ কৰিলে অসমৰ বক্সাৰগৰাকীয়ে।
৪ আগষ্টত ছেমি ফাইনেলত ৰীঙত নামিব লাভলীনা বৰগোহাঁই। নিয়েন চিন চেনক পৰাস্ত কৰি প্ৰৱেশ কৰে ছেমি ফাইনেলত। ইয়াৰ লগে লগে অলিম্পিকত পদক পোৱা প্ৰথমগৰাকী অসমীয়া হ'ব লাভলীনা। ৪-১ ব্যৱধানত বিপক্ষৰ খেলুৱৈক ধৰাশায়ী কৰে লাভলীনাই।
অসমৰ বক্সাৰ লাভলীনাই টকিঅ' অলিম্পিকৰ মহিলাৰ ৬৯ কিলোগ্ৰামৰ কোৱাৰ্টাৰ ফাইনেলত লচীনা টাইপেইৰ নিয়েন চিন চেনক পৰাস্ত কৰে। ইয়াৰ তেওঁ বক্সিঙত পদক(India’s second medal at the Tokyo) জয় কৰা দেশৰ দ্বিতীয় গৰাকী মহিলা বক্সাৰ হৈ পৰিছে। লাভলীনাৰ আগত মেৰী কমে লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জিকিছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|