বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত অসম কন্যা যমুনা বড়ো, পদক নিশ্চিত

News18-Assam
Updated:October 10, 2019, 5:21 PM IST
বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত অসম কন্যা যমুনা বড়ো, পদক নিশ্চিত
গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ফচল যমুনা।

গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ফচল যমুনা।

  • Share this:
ইতিহাস সৃষ্টি কৰি বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰবেশ কৰি মেডেল নিশ্চিত কৰিলে অসম কন্যা যমুনা বড়ো। আঘাতৰ বাবে কেৰিয়াৰৰ প্ৰতি ভাবুকি অহাৰ পাছত গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত দুৰ্দান্ত প্ৰত্যাবৰ্তন ঘটাইছিল যমুনাই । গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ফচল যমুনা।
আৰু চাওক
পৰৱৰ্তী বাতৰি