মাস্ক নিপিন্ধিলে খান্দিব লাগিব কোৰোণাত মৃত্যু হোৱা লোকৰ কবৰ! শাস্তি দিয়া হৈছে এইখন দেশত

News18 Assam | News18-Assam
Updated:September 14, 2020, 8:25 PM IST
মাস্ক নিপিন্ধিলে খান্দিব লাগিব কোৰোণাত মৃত্যু হোৱা লোকৰ কবৰ! শাস্তি দিয়া হৈছে এইখন দেশত
প্ৰতীকী ফটো

এতিয়ালৈকে পূব জাভা অংশত ৮জন লোক এই কঠোৰ শাস্তিৰ সন্মুখীন হৈছে।

  • News18 Assam
  • Last Updated: September 14, 2020, 8:25 PM IST
  • Share this:
কোৰোণা ভাইৰাছৰ প্ৰকোব ৰোধৰ বাবে চৰকাৰে বাধ্যতামূলক কৰিছে মাস্ক পিন্ধাটো। কিন্তু হাজাৰ সতৰ্কবাণী, আইন প্ৰয়োগ কৰিও বহু দেশত কোনো লাভ হোৱা নাই। কোনো নীতি–নিয়ম নমনাকৈ ঘূৰি ফুৰিছে একাংশ লোকে। সেয়েহে ইণ্ডোনেছিয়া চৰকাৰে মাস্ক নিপিন্ধা লোকক উচিত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

এতিয়ালৈকে পূব জাভা অংশত ৮জন লোক এই কঠোৰ শাস্তিৰ সন্মুখীন হৈছে। যিয়ে মাস্ক পিন্ধিবলৈ অস্বীকাৰ কৰে তেওঁলোকক কোৰোণাত মৃত্যু হোৱা লোকৰ কবৰ খান্দিবলৈ দিয়া হৈছে। প্ৰতিটো কবৰত দুজনকৈ লোক লগোৱা হৈছে। নাগাবেটান গাঁৱত এই ঘটনা সংঘটিত হৈছে বুলি প্ৰকাশ আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠান ডেইলী মেইলত।
Published by: Sanjay Kumar Das
First published: September 14, 2020, 8:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading