• Home
  • »
  • News
  • »
  • world
  • »
  • আমেৰিকাঃ গ্ৰেজুৱেচন(Graduation) পাৰ্টীত গুলীচালনা, এজন নিহত আৰু ৫ জন আহত

আমেৰিকাঃ গ্ৰেজুৱেচন(Graduation) পাৰ্টীত গুলীচালনা, এজন নিহত আৰু ৫ জন আহত

আৰক্ষীয়ে ক’লে যে পাৰ্টীটো এখন নিৰ্জন স্থানত হৈছিল আৰু য’ত প্ৰায় ৬০ গৰাকী লোক উপস্থিত আছিল। আৰক্ষী বিষয়াই ক’৸লে যে ২৪ বছৰীয়া ইছিয়াকা মেইটেৰ পিঠিত গুলী লাগিছিল আৰু হাস্পতালত মৃত্যু হৈছিল।

  • Share this:
    আমেৰিকাৰ ফিলাডেল্ফিয়াত অনুষ্ঠিত হোৱা গ্ৰেজুৱেচন(Graduation) পাৰ্টীত সংঘটিত গুলীচালনাত এজন লোকৰ মৃত্যু হৈছিল আৰু আন ৫জন লোক আহত হয়। আৰক্ষীয়ে জনোৱা মতে দেওবাৰে নিশা সংঘটিত গুলীচালনাৰ ঘটনাৰ আঁৰত কি কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

    আৰক্ষীয়ে ক’লে যে পাৰ্টীটো এখন নিৰ্জন স্থানত হৈছিল আৰু য’ত প্ৰায় ৬০ গৰাকী লোক উপস্থিত আছিল। আৰক্ষী বিষয়াই ক’লে যে ২৪ বছৰীয়া ইছিয়াকা মেইটেৰ পিঠিত গুলী লাগিছিল আৰু হাস্পতালত মৃত্যু হৈছিল।

    আৰক্ষী বিষয়া অনুসৰি এই ঘটনাত ১৫ৰ পৰা ১৭ বৰ্ষীয় ৩জন কিশোৰ আৰু এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ভৰিত গুলী লাগিছিল। বৰ্তমান আটাইকেইজন সুস্থ অৱস্থাত আছে। ইয়াৰোপৰি ২১ বছৰীয়া এজন যুৱকৰ কিলাকুটিত গুলী লাগে।

    বৰ্তমানেও আটক কৰিব পৰা নাই গুলী চলোৱা লোকজনক। আৰক্ষীয়ে পূৰ্বে জনাইছিল যে আক্ৰমণত ৭ গৰাকী লোক আহত হৈছিল।
    First published: