হায়ৰে জীৱন ! এবটল পানীৰ দাম ৩ হাজাৰ টকা, এক প্লেট ভাতৰ মূল্য ৭,৫০০ টকা ! ভোকে-পিয়াহে মানুহৰ কি অৱস্থা হৈছে সেয়া যেন কল্পনাও কৰিব নোৱাৰি...

Kabul Airportত খাদ্য আৰু পানীৰ মূল্য আকাশচুম্বী হোৱাৰ এক ডাঙৰ খবৰ আহিছে। ইয়াত ৪০ ডলাৰ বা ৩ হাজাৰ টকাত উপলব্ধ পানীৰ বটল আছে। আনহাতে এক প্লেট ভাতৰ মূল্য ১০০ ডলাৰ বা ৭,৫০০ টকা হ'ব।