আফগানিস্তানৰ এটা ভোটকেন্দ্ৰত ভয়ংকৰ বোমা বিস্ফোৰণ, থিতাতে নিহত ১৫ জনকৈ লোক

আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচন চলি থকা সময়তে ঘটিল অঘটন

News18-Assam
Updated:September 28, 2019, 12:11 PM IST
আফগানিস্তানৰ এটা ভোটকেন্দ্ৰত ভয়ংকৰ বোমা বিস্ফোৰণ, থিতাতে নিহত ১৫ জনকৈ লোক
আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচন চলি থকা সময়তে ঘটিল অঘটন
News18-Assam
Updated: September 28, 2019, 12:11 PM IST
আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচন চলি থকা সময়তে ভোটকেন্দ্ৰত ঘটিল বিস্ফোৰণ। শনিবাৰে আফগানিস্তাৰ ৰাজধানী চহৰ দক্ষিণ কাবুলস্থিত এটা ভোটকেন্দ্ৰত সংঘটিত হয় এই বিস্ফোৰণ। ভোটকেন্দ্ৰটো ভোটদান চলি থকাৰ সময়তে সংঘটিত হোৱা ভয়াৱহ বিস্ফোৰণত নিহত হয় ১৫জনকৈ লোক।
আৰু চাওক পৰৱৰ্তী বাতৰি