গাৰ নোম শিয়ৰি উঠা দৃশ্য! তৃতীয় মহলাৰ খিৰিকীৰে বাহিৰলৈ ওলাই আহিল এজনী কণমানি, চাওক Video

News18 Assam | News18-Assam
Updated:January 8, 2020, 1:58 PM IST
গাৰ নোম শিয়ৰি উঠা দৃশ্য! তৃতীয় মহলাৰ খিৰিকীৰে বাহিৰলৈ ওলাই আহিল এজনী কণমানি, চাওক Video
তৃতীয় মহলাৰ খিৰিকীৰে বাহিৰলৈ ওলাই আহি ৱালেৰে খোজ কাঢ়িছিল কণমানিজনীয়ে, আৰু তেতিয়াই...

তৃতীয় মহলাৰ খিৰিকীৰে বাহিৰলৈ ওলাই আহি ৱালেৰে খোজ কাঢ়িছিল কণমানিজনীয়ে, আৰু তেতিয়াই...

  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এক ভয়ংকৰ ভিডিঅ’। দেখিলেই গাৰ নোম শিয়ৰি উঠিব আপোনাৰ। এগৰাকী কণমানি ছোৱালীয়ে হঠাত্‍ বিল্ডিং টোৰ তৃতীয় মহলাৰ খিৰিকীৰে বাহিৰলৈ ওলাই আহে। স্পেইনৰ ডেজে আইলেণ্ডৰ ঘটনা এইটো। খিৰিকীৰে বাহিৰলৈ ওলাই কণমানি জনীয়ে ৱালেৰে খোজ কাঢ়ে।



কণমানিজনীৰ মাকে তাইক অকলে ঘৰত এৰি বাহিৰলৈ গৈছিল। তেতিয়াই হঠাৎ খিৰিকীৰে ঘৰৰ বাহিৰলৈ ওলাই আহে কণমানিজনী। পিছত ৱালেৰে খোজ কাঢ়ি কণমানিজনীয়ে বেলকনিলৈ যাবলৈ চেষ্টা কৰে। কিন্তু নোৱাৰাত আকৌ খিৰিকীখনৰ ফালে গুছি যায়। পিছত সৌভাগ্য ক্ৰমে ৰক্ষা পৰে কণমানি জনী।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading