মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »মেক্সিকোত ৫.৮ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্প; দুদিনত দুবাৰকৈ অনুভূত হ'ল জোকাৰণি

মেক্সিকোত ৫.৮ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্প; দুদিনত দুবাৰকৈ অনুভূত হ'ল জোকাৰণি

Representative Image.

Representative Image.

ইএমএছচিয়ে জনোৱা অনুসৰি, ৯৩ কিলোমিটাৰ (৫৭.৭৮ মাইল) গভীৰতাত এই ভূমিকম্পৰ সৃষ্টি হৈছে।

  • Share this:
ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আজি মেক্সিকোৰ মিচ’আকান অঞ্চলত ৫.৮ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

ইএমএছচিয়ে জনোৱা অনুসৰি, ৯৩ কিলোমিটাৰ (৫৭.৭৮ মাইল) গভীৰতাত এই ভূমিকম্পৰ সৃষ্টি হৈছে।

শেহতীয়া বাতৰি