உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • কোৰোণাৰ নতুন তিনিটা লক্ষণ পোহৰলৈ, বমি হ'লেও কৰাওক Covid-19 টেষ্ট

    কোৰোণাৰ নতুন তিনিটা লক্ষণ পোহৰলৈ, বমি হ'লেও কৰাওক Covid-19 টেষ্ট

    আমেৰিকাৰ মেডিকেল সংস্থা ‘center for disease control and prevention’য়ে কোৱা মতে, নাকেৰে পানী ওলাই থকা, বমি হোৱা আৰু ডায়েৰিয়াও হ’ব পাৰে কোৰোণাৰ লক্ষণ।

    • Share this:
    দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই প্ৰতিদিনাই অভিলেখ গঢ়িছে। ভাৰতবৰ্ষত এতিয়ালৈকে প্ৰায় ৫.২৮ লাখতকৈও অধিক লোক কোৰোণাত আক্ৰান্ত হৈছে। ইয়াৰ মাজতে কোৰোণা ভাইৰাছৰ নতুন নতুন লক্ষণে সমস্যাত পেলাইছে স্বাস্থ্য বিভাগক।

    এতিয়ালৈকে জ্বৰ, উশাহ লোৱাত সমস্যা, শুকান কাহ আৰু অতিমাত্ৰা শাৰীৰিক দুৰ্বলতাক কোৰোণাৰ লক্ষণ হিচাপে গণ্য কৰা হৈছে। কিন্তু তাৰ মাজতে আমেৰিকাৰ মেডিকেল সংস্থা ‘চেণ্টাৰ ফ’ৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰীভেনছন’য়ে কোৰোণাৰ নতুন তিনিটা লক্ষণৰ কথা পোহৰলৈ আনিছে।

    আমেৰিকাৰ মেডিকেল সংস্থা ‘center for disease control and prevention’য়ে কোৱা মতে, নাকেৰে পানী ওলাই থকা, বমি হোৱা আৰু ডায়েৰীয়াও হ’ব পাৰে কোৰোণাৰ লক্ষণ। যদি এনে ধৰণৰ কিছু শাৰীৰিক সমস্যাই দেখা দিছে, তেন্তে অতি শীঘ্ৰে কৰাওক কোৰোণাৰ পৰীক্ষা।
    First published: