
ম্যানমাৰৰ আদালতে দিলে গুৰুত্বপূৰ্ণ ৰায় ।
ম্যানমাৰৰ আদালতে দিলে গুৰুত্বপূৰ্ণ ৰায় ।
ম্যানমাৰৰ আদালতে দিলে গুৰুত্বপূৰ্ণ ৰায় ।
NSCN(K)ৰ ২৪জন নেতা-কেডাৰক কাৰাদণ্ড ম্যানমাৰ আদালতৰ ।দুবছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে আদালতে । উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহীক আশ্ৰয় দিয়াৰ অপৰাধত আদালতে দোষী সাব্যস্ত সংগঠনটোৰ লেতা–কেডাৰ কেইজনক ।
![]()
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|