‍বিশ্বৰ প্ৰত্যেকখন দেশ ভ্ৰমণ কৰি ২১ বছৰীয়া যুৱতীৰ অভিলেখ

বিশ্বৰ প্ৰতিখন দেশ ভ্ৰমণ কৰা আটাইটকৈ কম বয়সীয়া ব্যক্তিৰ অভিলেখ গঢ়িলে এগৰাকী ২১বছৰীয়া যুৱতীয়ে।

news18assam
Updated:June 6, 2019, 1:00 PM IST
‍বিশ্বৰ প্ৰত্যেকখন দেশ ভ্ৰমণ কৰি ২১ বছৰীয়া যুৱতীৰ অভিলেখ
বিশ্বৰ প্ৰতিখন দেশ ভ্ৰমণ কৰা আটাইটকৈ কম বয়সীয়া ব্যক্তিৰ অভিলেখ গঢ়িলে এগৰাকী ২১বছৰীয়া যুৱতীয়ে।
news18assam
Updated: June 6, 2019, 1:00 PM IST
আপুনি যদি দেশ–বিদেশ ঘুৰি ভাল পায় তেনেহ’লে এই কম বয়সীয়া যুৱতীগৰাকীয়ে আপোনাকো অনুপ্ৰাণিত কৰিব।  ৩১ মে’, ২০১৯ত লেক্সি আলফৰ্ডে উত্তৰ কোৰিয়াত ভৰি দিয়াৰ লগে লগে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ’ল। বিশ্বৰ প্ৰতিখন দেশ ভ্ৰমণ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তিৰ অভিলেখ গঢ়িলে লেক্সিয়ে। লেক্সিৰ কাৰণে ভ্ৰমণ সদায়ে জীৱনৰ অন্যতম আকৰ্ষণীয় অংশ আছিল, পিতৃ মাতৃয়ে এক ট্ৰেভেল এজেন্সী চলোৱাৰ বাবে হয়তো সৰুৰে পৰা ক’ব নোৱাৰাকৈ ১৯৬খন সাৰ্বভৌম ৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ এক লক্ষ্যৰ আশে পাশে আবৃত হৈ পৰিছিল লেক্সিৰ মন।



 





View this post on Instagram




 

Learning lesson: don't climb up anything you can't get down, on and off the mountains


A post shared by Lexie Alford (@lexielimitless) on






মনত পৰাৰে পৰা যাত্ৰা সদায়ে মোৰ জীৱনৰ অংশ। মোৰ অভিভাৱকে মোক বিদ্যালয়ৰ পৰা উলিয়াই ঘৰুৱা শিক্ষা গ্ৰহণ কৰিবলৈ লগাই দিছিল আৰু এয়া সপ্তাহ, মাহজোৰাকৈ প্ৰতিবছৰে অব্যাহত আছিল।





ডাঙৰ হোৱাৰ লগে লগে লেক্সিয়ে কম্বোডিয়াৰ পৰা ইজিপ্তলৈ বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ অভিজ্ঞতাৰে পুষ্ট হৈ উঠিছিল লেক্সি।



 




View this post on Instagram




 

Happiest in high places ✌🏼this was one of the most rewarding hikes of my life! I’ve always been a mountain enthusiast & Northern Pakistan has some of the most epic mountains in the world. Literally though, Pakistan is home to more than 100 peaks over 7000 meters (23,000 ft.)!🤯 In the top right corner of this photo you can start to see the summit of Nanga Parbat, also known as “Killer Mountain” because of the notoriously difficult climb. It’s the ninth highest mountain in the world at 26,660’. The first person to summit it wasn’t until 1953 and no one was able to summit it again for another 10 years. I didn’t realize there’s such a cool history left behind on these mountains by the crazy humans that are addicted to the thrill of being on top of the world ⚡️


A post shared by Lexie Alford (@lexielimitless) on






আজিৰ মোৰ ব্যক্তিত্ব গঠন কৰাৰ ক্ষেত্ৰত মোৰ অভিভাৱকৰ ভূমিকা সৰ্বাধিক। মই সদায় আনৰ জীৱন শৈলীৰ বিষয়ে জানিবলৈ উৎসুক আছিলো আৰু তেওঁলোকে কেনেকৈ সুখী হৈ জীৱন কটায় সেয়া জানিবলৈ বিচাৰিছিলো।


ভ্ৰমণৰ বাবে নালাগে অত্যাধিক ধন



 




View this post on Instagram




 

A glimpse into the colourful tradition and culture of Pakistan✨ ⠀⠀⠀⠀⠀⠀⠀⠀⠀ ⠀⠀⠀⠀⠀⠀⠀⠀⠀ One of the first things I noticed when I arrived in Islamabad was how gorgeous and stylish the women are. I really wanted wear some of their beautiful clothes while traveling here which is why I was so excited to go shopping with @anushaesays . She helped me find this shalwar kameez which is the tradition trousers and long shirt that are commonly worn in South Asia. We later found this amazing headdress in a little shop in Karimabad when the whole @cpicglobal gang played dress up for an hour😂 ⠀⠀⠀⠀⠀⠀⠀⠀⠀ Side note to all the Pakistani ladies: Is this called a tribal kuchi headpiece? I forgot to ask the shopkeeper & I would love to know more about it!😇 ⠀⠀⠀⠀⠀⠀⠀⠀⠀ Photos by @fearlessandfar


A post shared by Lexie Alford (@lexielimitless) on






মই আগতীয়াকৈ যাবলগীয়া ঠাইখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰো। নিজৰ বিমান, সস্তীয়া থকাৰ ব্যৱস্থাৰ বিষয়ে সকলো যোগাৰ কৰি লৈছিলো। মই হোটেলৰ বিষয়ে লিখাৰ বিনিময়ত থকাৰ সুবিধাও গ্ৰহণ কৰিছিলো। ইয়াৰ লগতে মাহেকৰ খৰছ কমাবলৈ মই যিমান পাৰো মা–দেউতাৰ সৈতে একেলগে থকাৰ অভ্যাস কৰিছিলো। মই গাড়ী ক্ৰয় কৰা নাই বা ছাত্ৰ ঋণ নাই লোৱা। মোৰ কোনো অদৰকাৰী সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস নাই।ইমান কম বয়সত এনে চিন্তা আৰপ জীৱনাদৰ্শ সচাঁকৈ আদৰণীয়।
আৰু চাওক পৰৱৰ্তী বাতৰি