মৰ্মান্তিক! বিয়াৰ দিনা নৃত্য কৰি থাকোতে হঠাৎ মৃত্যু যুৱকৰ, Video

News18 Assam | News18-Assam
Updated:February 15, 2020, 12:11 PM IST
মৰ্মান্তিক! বিয়াৰ দিনা নৃত্য কৰি থাকোতে হঠাৎ মৃত্যু যুৱকৰ, Video
এগৰাকী যুৱতীৰ সৈতে নৃত্য কৰি থাকোতেই মৃত্যু হয় যুৱকজনৰ

এগৰাকী যুৱতীৰ সৈতে নৃত্য কৰি থাকোতেই মৃত্যু হয় যুৱকজনৰ

  • News18 Assam
  • Last Updated: February 15, 2020, 12:11 PM IST
  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এক মৰ্মান্তিক ভিডিঅ’। এক বিবাহ অভ্যৰ্থনা অনুষ্ঠানত এগৰাকী যুৱতীৰ সৈতে নৃত্য কৰি থাকোতে হঠাৎ পৰি যায় এজন যুৱকজন। লগে লগে হুৱাদুৱা লাগে বিবাহ গৃহত। এনে ৰে হঠাৎ পৰি যোৱা যুৱকজনে দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আকোঁৱালি লয়। ২০১৮ চনৰ ৰাজস্থানৰ ঘটনা এইটো। কিন্তু এতিয়া আকৌ ভাইৰেল হৈ পৰিছে ভিডিঅ’টো।

আৰু চাওক
পৰৱৰ্তী বাতৰি