• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • Prabin Boro : হাগ্ৰামাক বিদায়! বিপিএফ দলৰ পৰা পদত্যাগ কৰিলে প্ৰবীণ বড়োৱে, ক'ত যাব?

Prabin Boro : হাগ্ৰামাক বিদায়! বিপিএফ দলৰ পৰা পদত্যাগ কৰিলে প্ৰবীণ বড়োৱে, ক'ত যাব?

অগপ আৰু বিপিএফৰ পৰা দুবাৰ বৰমা বিধান সভা সমষ্টিত নিৰ্বাচন খেলিছিল তেওঁ।

অগপ আৰু বিপিএফৰ পৰা দুবাৰ বৰমা বিধান সভা সমষ্টিত নিৰ্বাচন খেলিছিল তেওঁ।

অগপ আৰু বিপিএফৰ পৰা দুবাৰ বৰমা বিধান সভা সমষ্টিত নিৰ্বাচন খেলিছিল তেওঁ।

  • Share this:
বিপিএফ দলৰ পৰা পদত্যাগ কৰিলে প্ৰবীণ বড়োৱে। বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ পৰাও পদত্যাগ কৰিছে প্ৰবীণ বড়োৱে।

ব্যক্তিগত কাৰণত বিপিএফ দল ত্যাগ কৰা বুলি জানিব পৰা গৈছে প্ৰবীণ বড়োৱে (Prabin Boro)। আছুৰ প্ৰাক্তন সভাপতি আছিল প্ৰবীণ বড়ো।

অগপ আৰু বিপিএফ (BPF)ৰ পৰা দুবাৰ বৰমা বিধান সভা সমষ্টিত নিৰ্বাচন খেলিছিল তেওঁ।

পদত্যাগৰ পিছত পৰৱৰ্তী কোন দলত যোগ দিব সেয়া কিছুদিন পিছতে ৰাজহুৱা কৰিব প্ৰবীণ বড়োৱে।
Published by:Gautam Barman
First published: