ব্যৱসায়িক বেংকৰ স্বীকৃতি পালে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে

News18-Assam
Updated:August 10, 2019, 1:31 PM IST
ব্যৱসায়িক বেংকৰ স্বীকৃতি পালে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে
Source-Google

আজি ৰাজপত্ৰযোগে জাননী জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে

  • Share this:

অৱশেষত ব্যৱসায়িক বেংকৰ স্বীকৃতি লাভ কৰিলে নৰ্থ ইষ্ট স্মল ফাইনেন্স  বেংকে।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আইনৰ দ্বিতীয় দফাত অন্তৰ্ভূক্ত হ'ল নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক। নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক ব্যৱসায়িক বেংকলৈ উন্নীত হোৱা উত্তৰ পূবৰ প্ৰথমটো থলুৱা বেংক।
আজি ৰাজপত্ৰযোগে জাননী জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে।
First published: August 10, 2019, 1:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি