
জাগীৰোডৰ ডোঙাবড়ীত আয়োজন কৰা স্বাধীনতাৰ গৌৰৱময় যাত্ৰাত অংশ লৈ এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৰিলে এই মন্তব্য।
জাগীৰোডৰ ডোঙাবড়ীত আয়োজন কৰা স্বাধীনতাৰ গৌৰৱময় যাত্ৰাত অংশ লৈ এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৰিলে এই মন্তব্য।
‘‘GST মানে গব্বৰ সিং টেক্স৷ শ্মশানৰ খৰিৰ পৰা আৰম্ভ কৰি সকলোতে GST৷ গব্বৰ সিঙে এফালৰ পৰা টেক্স লৈয়ে আছে৷’’ – বিজেপি চৰকাৰক গব্বৰ সিং আখ্যা দি GSTক লৈ এইদৰে সৰৱ হ’ল সাংসদ প্ৰদ্যুৎ বৰদলৈ৷
বৰদলৈয়ে কয়, ১৯৮০ চনত গঠন হোৱা NECCCৰ আৰ্হিত ২০১৬ চনত বিজেপিয়ে গঠন কৰিছে NEDA। কেইবাগৰাকী কংগ্ৰেছৰ বিধায়কে বিজেপি আৰু এআইইউডিএফ দলত যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয়, কংগ্ৰেছ কৰ্মীৰ মনোবল হ্ৰাস কৰিবলৈ এইবোৰ কূটকৌশল। জাগীৰোডৰ ডোঙাবড়ীত আয়োজন কৰা স্বাধীনতাৰ গৌৰৱময় যাত্ৰাত অংশ লৈ এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৰিলে এই মন্তব্য।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|