গোৱালপাৰাত কুঁৱাত পিছলি পৰি যুৱতীৰ মৃত্যু

মৃত যুৱতীগৰাকীৰ নাম চিত্ৰা দাস। ধূপধৰাৰ খুঁটাবাৰীত সংঘটিত হৈছে এই ঘটনা। 

News18-Assam
Updated:July 6, 2019, 3:55 PM IST
গোৱালপাৰাত কুঁৱাত পিছলি পৰি যুৱতীৰ মৃত্যু
মৃত যুৱতীগৰাকীৰ নাম চিত্ৰা দাস। ধূপধৰাৰ খুঁটাবাৰীত সংঘটিত হৈছে এই ঘটনা। 
News18-Assam
Updated: July 6, 2019, 3:55 PM IST
গোৱালপাৰাৰ ধূপধৰাত কুঁৱাত পিছলি পৰি এগৰাকী যুৱতীৰ মৃত্যু। মৃত যুৱতীগৰাকীৰ নাম চিত্ৰা দাস। ধূপধৰাৰ খুঁটাবাৰীত সংঘটিত হৈছে এই ঘটনা। উদ্ধাৰ কৰাৰ পূৰ্বে মৃত্যু ঘটে যুৱতীগৰাকীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি