মুখ্যপৃষ্ঠা » খবৰ

» Uncategorized

»Aid to Martyred Family : অসম-মিজোৰাম সীমান্তত শ্বহীদৰ পৰিয়ালক ৫০ লাখ টকাৰ সাহায্য চৰকাৰৰ, দিব চাকৰিও।

Aid to Martyred Family : অসম-মিজোৰাম সীমান্তত শ্বহীদৰ পৰিয়ালক ৫০ লাখ টকাৰ সাহায্য চৰকাৰৰ, দিব চাকৰিও।

News18 Assam | News18-Assam
Updated:July 27, 2021, 2:02 PM IST
Aid to Martyred Family : অসম-মিজোৰাম সীমান্তত শ্বহীদৰ পৰিয়ালক ৫০ লাখ টকাৰ সাহায্য চৰকাৰৰ, দিব চাকৰিও।
শ্বহীদ প্ৰতিগৰাকী জোৱানৰ পৰিয়ালক ৫০ লাখ টকা আৰু আহত ৪২ জন লোকক ৰাজ্য চৰকাৰে ১ লাখকৈ টকাৰ সাহায্য দিব।

শ্বহীদ প্ৰতিগৰাকী জোৱানৰ পৰিয়ালক ৫০ লাখ টকা আৰু আহত ৪২ জন লোকক ৰাজ্য চৰকাৰে ১ লাখকৈ টকাৰ সাহায্য দিব।

  • Share this:
সোমবাৰে অসম-মিজোৰাম সীমান্তত মিজোৰামৰ আক্ৰমণত নিহত ৬ আৰক্ষী জোৱানৰ পৰিয়াললৈ বিশেষ আৰ্থিক সাহায্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্তৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই এই কথা ঘোষণা কৰে।

শ্বহীদ প্ৰতিগৰাকী জোৱানৰ পৰিয়ালক ৫০ লাখ টকাকৈ দিব চৰকাৰে। শ্বহীদৰ পৰিয়ালৰ এজনকৈ লোকক চাকৰিও দিব চৰকাৰে। আনহাতে আহত ৪২ জন লোকক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক লাখকৈ টকাৰ সাহায্য দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে সোমবাৰে মিজোৰামৰ তৰফৰ পৰা হোৱা ভয়ানক গুলীবৰ্ষণৰ ঘটনাত অসম আৰক্ষীৰ ৬ জোৱান শ্বহীদ হোৱাৰ লগতে ৪২ জন জোৱান আহত হৈছে।
Published by: Manjumoni Borah
First published: July 27, 2021, 2:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি