
ইতিমধ্যে ৰাহুল আলীক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।
ইতিমধ্যে ৰাহুল আলীক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।
জালুকবাৰীৰ গাড়ীগাঁৱৰ মেধিপাৰাত হাজো আৰক্ষীৰ অভিযান। ৰাহুল আলী নামৰ এটা ড্ৰাগছ মাফিয়াৰ ঘৰত আৰক্ষীৰ এই অভিযানত জব্দ হৈছে ৫,৭৫,৯০০ নগদ ধন। শুকুৰবাৰে হাজোৰ দামপুৰত ড্ৰাগছ সহিতে আটক হোৱা ফৰিদুৰ ৰহমান নামৰ এটা ড্ৰাগছ ব্যৱসায়ীৰ ভাষ্যৰ ভিত্তিত জালুকবাৰী আৰক্ষীৰ সহযোগত ড্ৰাগছ বিছাৰি হাজো আৰক্ষীয়ে চলোৱা এই অভিযানত জব্দ হৈছে এই ধনখিনি। ইতিমধ্যে ৰাহুল আলীক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|