• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • হাজো আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী, জব্দ ৫,৭৫,৯০০ টকা

হাজো আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী, জব্দ ৫,৭৫,৯০০ টকা

ইতিমধ্যে ৰাহুল আলীক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।

ইতিমধ্যে ৰাহুল আলীক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।

ইতিমধ্যে ৰাহুল আলীক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।

  • Share this:
জালুকবাৰীৰ গাড়ীগাঁৱৰ মেধিপাৰাত হাজো আৰক্ষীৰ অভিযান। ৰাহুল আলী নামৰ এটা ড্ৰাগছ মাফিয়াৰ ঘৰত আৰক্ষীৰ এই অভিযানত জব্দ হৈছে ৫,৭৫,৯০০ নগদ ধন। শুকুৰবাৰে হাজোৰ দামপুৰত ড্ৰাগছ সহিতে আটক হোৱা ফৰিদুৰ ৰহমান নামৰ এটা ড্ৰাগছ ব্যৱসায়ীৰ ভাষ্যৰ ভিত্তিত জালুকবাৰী আৰক্ষীৰ সহযোগত ড্ৰাগছ বিছাৰি হাজো আৰক্ষীয়ে চলোৱা এই অভিযানত জব্দ হৈছে এই ধনখিনি। ইতিমধ্যে ৰাহুল আলীক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published: