• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • ৫ মাহত কোন মন্ত্ৰী কিমান সফল? প্ৰতিটো বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

৫ মাহত কোন মন্ত্ৰী কিমান সফল? প্ৰতিটো বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

File Photo

File Photo

আজিৰ দিনটোতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক হোৱাৰো সম্ভাৱনা আছে।

  • Share this:
কোন মন্ত্ৰী কিমান সফল? বিগত ৫ মাহত কোন বিধায়কে সমষ্টি উন্নয়নৰ বাবে কি কি কাম কৰিলে? দেওবাৰে পুৱাৰ পৰা কইনাধাৰাৰ চৰকাৰী অতিথিশালাত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰ্যালোচনা বৈঠক।

বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো বিভাগৰ বিগত পাঁচ মাহৰ কম-কাজৰ খতিয়ান ল'ব। প্ৰতিটো বিভাগৰ কাম কাজৰ সুক্ষ্ম পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজিৰ এই বৈঠকত উপস্থিত থাকিব বিভাগীয় মন্ত্ৰী তথা মিত্ৰজোটৰ বিধায়কসকলো।  আজি নিশালৈকে চলিব এই বৈঠক। আজিৰ দিনটোতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক হোৱাৰো সম্ভাৱনা আছে।
Published by:Himangshu Bhuyan
First published: