• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • বিদ্যুতৰ বিলক লৈ সমস্যা আছে নেকি? যোগাযোগ কৰক এই নম্বৰত!

বিদ্যুতৰ বিলক লৈ সমস্যা আছে নেকি? যোগাযোগ কৰক এই নম্বৰত!

বিগত কিছুদিন ধৰি ৰাজ্যত বিদ্যুতৰ বিলক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বিদ্যুতৰ বিল প্ৰায় দুগুণ অহা বুলি অভিযোগ বিভিন্ন গ্ৰাহকৰ।

  • Share this:
বিদ্যুৎ বিলক লৈ APDCLৰ গুৰুত্বপূৰ্ণ জাননী। শীঘ্ৰে সমাধান হ’ব অতিৰিক্ত বিলৰ সমস্যা। অতিৰিক্ত বিল শীঘ্ৰেই মিলাই দিয়া হ’ব। ত্ৰুটিপূৰ্ণ স্মাৰ্ট মিটাৰ তৎক্ষণাত সলনি কৰা হ’ব।

অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। 1912 নম্বৰত ফোন কৰি বা 7575999666 নম্বৰত WhatsApp কৰিব পাৰিব গ্ৰাহকসকলে। APDCLৰ সকলো কাৰ্যালয়লৈ গৈয়ো অভিযোগ দিব পাৰিব।

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি ৰাজ্যত বিদ্যুতৰ বিলক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বিদ্যুতৰ বিল প্ৰায় দুগুণ অহা বুলি অভিযোগ বিভিন্ন গ্ৰাহকৰ। ছচিয়েল মিডিয়াতো বিষয়টোক লৈ বহু গ্ৰাহকে উত্থাপন কৰিছে অভিযোগ। ইয়াৰ পিছতে বিধানসভাৰ মজিয়াতো বিষয়টোক লৈ আলোচনা হৈছিল। বিভাগীয় মন্ত্ৰীয়ে শীঘ্ৰে সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল।
Published by:Sanjay Kumar Das
First published: