• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • Cow Protection Bill : পশুধন সুৰক্ষা আইনকলৈ প্ৰতিক্ৰিয়া AIUDFৰ বিধায়ক আমিনুল ইছলামৰ, নেতিবাচক দিশ আছে বহুত।

Cow Protection Bill : পশুধন সুৰক্ষা আইনকলৈ প্ৰতিক্ৰিয়া AIUDFৰ বিধায়ক আমিনুল ইছলামৰ, নেতিবাচক দিশ আছে বহুত।

আমিনুল ইছলামে কয়, "BJP, RSSৰ লোকেই দেশত গো-সৰবৰাহ কৰি আছে। মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশৰ দৰে যাতে বিদেশত গৰু বিক্ৰী কৰিব নোৱাৰে তাৰ পদক্ষেপ ল'ব লাগিব।"

  • Share this:
সোমবাৰে বিধানসভাত উত্থাপন কৰা হয় অসম পশুধন সুৰক্ষা বিধেয়ক, ২০২১ (The Assam Cattle Preservation Bill, 2021)। বিধেয়কখন উত্থাপন কৰাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিশেষকৈ বিৰোধী শিবিৰে প্ৰতবাদ কৰিছে এই বিধেয়কৰ।  বিধেয়কখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামেও।

আমিনুল ইছলামে কয়, "আইনখনৰ বহুখিনি ইতিবাচক দিশ আছে যদিও নেতিবাচক দিশো  নথকা নহয়।  এই আইনৰ জড়িয়তে বহু পশুপালক ক্ষতিগ্ৰস্ত হ'ব। কাৰণ এই আইনখন প্ৰযোজ্য হোৱাৰ পিছত আগৰ দৰে পশু বিক্ৰী কৰিব নোৱাৰিব পশুপালকসকলে।"

তেওঁ আৰু কয় যে এই আইনৰ কিছু সংশোধনৰ প্ৰযোজনীয়তা আছে।

বিধেয়কখন উত্থাপন কৰা শাসকীয় বিজেপি দলক সমালোচনা কৰি আমিনুল ইছলামে কয় যে "BJP, RSSৰ লোকেই দেশত গো-সৰবৰাহ কৰি আছে। মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশৰ দৰে যাতে বিদেশত গৰু বিক্ৰী কৰিব নোৱাৰে তাৰ পদক্ষেপ ল'ব লাগিব।"
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি