• Home
  • »
  • News
  • »
  • technology
  • »
  • কি স্মাৰ্টফোন ব্যৱহাৰ কৰে আপুনি? ১ নৱেম্বৰৰ পৰা এইসমূহ ফোনত নচলিব WhatsApp, চাওক তালিকা

কি স্মাৰ্টফোন ব্যৱহাৰ কৰে আপুনি? ১ নৱেম্বৰৰ পৰা এইসমূহ ফোনত নচলিব WhatsApp, চাওক তালিকা

পুৰণি মানে এনড্ৰইড ৪.১তকৈ তলৰ আৰু iOS 10ৰ তলৰ ভাৰ্ছনত চলা থকা সকলো স্মাৰ্টফোন প্ৰভাৱিত হ’ব।

পুৰণি মানে এনড্ৰইড ৪.১তকৈ তলৰ আৰু iOS 10ৰ তলৰ ভাৰ্ছনত চলা থকা সকলো স্মাৰ্টফোন প্ৰভাৱিত হ’ব।

পুৰণি মানে এনড্ৰইড ৪.১তকৈ তলৰ আৰু iOS 10ৰ তলৰ ভাৰ্ছনত চলা থকা সকলো স্মাৰ্টফোন প্ৰভাৱিত হ’ব।

  • Share this:
১ নৱেম্বৰৰ পৰা একাংশ স্মাৰ্টফোনত কাম নকৰিব WhatsApp–এ। যদি WhatsApp–এ কাম কৰা বন্ধ কৰি দিয়ে, তেন্তে ব্যৱহাৰকাৰীয়ে কোনো মেছেজ, ফটো বা ভিডিঅ’ প্ৰেৰণ কৰিব নোৱাৰিব। কোম্পানীয়ে ঘোষণা কৰিছে যে এনড্ৰইড আৰু iOSৰ পূৰণি ভাৰ্ছনত চলি থকা স্মাৰ্টফোনত WhatsApp নচলিব। পুৰণি মানে এনড্ৰইড ৪.১তকৈ তলৰ আৰু iOS 10ৰ তলৰ ভাৰ্ছনত চলা থকা সকলো স্মাৰ্টফোন প্ৰভাৱিত হ’ব। ইয়াৰ ওপৰৰ সকলো ভাৰ্ছনত WhatsApp চলি থাকিব।

WhatsApp ব্যৱহাৰকাৰীয়ে WhatsApp FAQ ছেকচনত গৈ সেই অপাৰেটিং ছিষ্টেমৰ তালিকা চেক কৰিব পাৰে, যিবোৰত ১ নৱেম্বৰৰ পৰা WhatsApp চলাব নোৱাৰিব। চাওক কোনবোৰ স্মাৰ্টফোনত ১ নৱেম্বৰৰ পৰা নচলিব WhatsApp।

Apple –
iPhone 6S
iPhone 6S Plus
Apple iPhone SE

Samsung –
Samsung Galaxy Trend Lite
Galaxy SII
Galaxy Trend II
Galaxy S3 mini
Galaxy Core
Galaxy Xcover 2
Galaxy Ace 2

LG –
LG Lucid 2
Optimus L5 Dual
Optimus L4 II Dual
Optimus F3Q
Optimus F7
Optimus F5
Optimus L3 II Dual
Optimus F5
Optimus L5
Optimus L5 II
Optimus L3 II
Optimus L7
Optimus L7 II Dual
Optimus L7 II
Optimus F6
Enact
Optimus F3
Optimus L4 II
Optimus L2 II
Optimus Nitro HD and 4X HD

ZTE – 
ZTE Grand S Flex
Grand X Quad V987
ZTE V956
Grand Memo

Huawei – 
Huawei Ascend G740
Ascend D Quad XL
Ascend Mate
Ascend P1 S
Ascend D2
Ascend D1 Quad XL
Published by:Sanjay Kumar Das
First published: