• Home
  • »
  • News
  • »
  • technology
  • »
  • ১ নৱেম্বৰৰ পৰা এইসমূহ Smartphoneত বন্ধ হৈ পৰিব Whatsapp ! আপোনাৰ ফোনটো এই তালিকাত আছে নেকি পৰীক্ষা কৰক ...

১ নৱেম্বৰৰ পৰা এইসমূহ Smartphoneত বন্ধ হৈ পৰিব Whatsapp ! আপোনাৰ ফোনটো এই তালিকাত আছে নেকি পৰীক্ষা কৰক ...

Whatsappএ deviceৰ এখন তালিকা প্ৰকাশ কৰিছে য'ত হোৱাটছএপে ১ নৱেম্বৰ,২০২১-ৰ পৰা কাম নকৰিব। প্ৰাপ্ত তথ্য অনুসৰি, হোৱাটছএপে ১ নৱেম্বৰৰ পৰা এণ্ড্ৰইড 4.0.3 বা তাতকৈ কম OSত কাম নকৰে,  iOS 9 বা অধিক পুৰণি এপল আইফোনত চলাব নোৱাৰিব।

  • Share this:
২০২১ শেষ হ'বলৈ মাত্ৰ তিনি মাহ বাকী থকা অৱস্থাত, ইয়াৰ অৰ্থ হৈছে যে এণ্ড্ৰইড আৰু আই.ও.এছ.-ত হোৱাটছএপ সমৰ্থন সমাপ্ত হৈছে। Whatsappএ deviceৰ এখন তালিকা প্ৰকাশ কৰিছে য'ত হোৱাটছএপে ১ নৱেম্বৰ,২০২১-ৰ পৰা কাম নকৰিব। প্ৰাপ্ত তথ্য অনুসৰি, হোৱাটছএপে ১ নৱেম্বৰৰ পৰা এণ্ড্ৰইড 4.0.3 বা তাতকৈ কম OSত কাম নকৰে,  iOS 9 বা অধিক পুৰণি এপল আইফোনত চলাব নোৱাৰিব।

হোৱাটছএপে মুকলি কৰা এণ্ড্ৰইড ফোনৰ তালিকাত থকা ফোনবোৰৰ ভিতৰত আছে চেমচাং, LG, ZTE, হুৱেই, চনি, আলকাটেল আৰু বহুতো। আনহাতে, যেতিয়া আইফোনৰ কথা আহে, ইয়াত iPhone SE, iPhone 6S আছে। এই তালিকাত আছে Smasung Galaxy Trend Lite, Galaxy Trend II, Galaxy SII, Galaxy S3 mini, Galaxy Xcover 2, Galaxy Core, Galaxy Ace 2।

এই তালিকাত থকা অন্যান্য ফোনসমূহ LG Lucid 2, LG Optimus F7, LG Optimus F5, Optimus L3 II Dual, Optimus F5, Optimus L5, Optimus L5 II, Optimus L5 ডুৱেল, Optimus L3 II, Optimus L7, Optimus L7 II Dual, Optimus L7 II, Optimus F6, Enact , Optimus L4 II Dual, Optimus F3, Optimus L4 II, Optimus L2 II, Optimus Nitro HD, 4X HD, Optimus F3Q। ইয়াৰোপৰি ZTE গ্ৰেণ্ড S Flex, ZTE V956, গ্ৰেণ্ড X Quad V987 , ZTE Grand Memo, Ascend G740, Ascend Mate, Ascend D ক্কাড XL, Ascend D1 ক্কাড XL, Ascend P1 S, Ascend D2, Sony Xperia Miro, Sony Xperia Neo L, Sony Xperia Arc Sও এই তালিকাত আছে। এইসমূহ ফোনত ছিকিউৰিটী আপডেট আৰু নতুন ফিচাৰসমূহ বন্ধ হৈ যাব, যাৰ বাবে এপটোৱে লাহে লাহে মূল্যহীন হৈ পৰিব।
Published by:Kokil Sarma
First published: