
শ্ৰীনাথজীৰ চৰণত উৎসৰ্গা কৰি আকাশ আম্বানীয়ে আৰম্ভ কৰিব জিঅ’ 5G সেৱা। দেশৰ সৰ্ববৃহৎ 5G সেৱাৰ শুভাৰম্ভণি খন্তেক পিছতে কৰা হ’ব।
শ্ৰীনাথজীৰ চৰণত উৎসৰ্গা কৰি আকাশ আম্বানীয়ে আৰম্ভ কৰিব জিঅ’ 5G সেৱা। দেশৰ সৰ্ববৃহৎ 5G সেৱাৰ শুভাৰম্ভণি খন্তেক পিছতে কৰা হ’ব।
আজিৰে পৰা আৰম্ভ দেশত হ’ব জিঅ’ 5G সেৱা। ৰিলায়েঞ্চ জিঅ’ৰ অধ্যক্ষ আকাশ আম্বানীয়ে শুভাৰম্ভ কৰিব 5G সেৱাৰ। ৰাজস্থানৰ নাথদ্বাৰাত জিঅ’ৰ প্ৰথমটো 5G সেৱা আৰম্ভ কৰা হ’ব। তাৰ পূৰ্বে শ্ৰীনাথজী মন্দিৰত আশিস লয় আকাশ আম্বানীয়ে।
শ্ৰীনাথজীৰ চৰণত উৎসৰ্গা কৰি আকাশ আম্বানীয়ে আৰম্ভ কৰিব জিঅ’ 5G সেৱা। দেশৰ সৰ্ববৃহৎ 5G সেৱাৰ শুভাৰম্ভণি খন্তেক পিছতে কৰা হ’ব। দেশৰ ভিতৰতে প্ৰথম 5G সেৱা প্ৰদান কৰিব জিঅ’ই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|