মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »আপোনাৰ ম’বাইল ফোনটো আন কোনোবাই ব্যৱহাৰ কৰিছে নেকি? যদি কৰিছে কি কি চাইছে আপোনাৰ ফোনত? কেনেকৈ জানিব? চাওক এই Tips

আপোনাৰ ম’বাইল ফোনটো আন কোনোবাই ব্যৱহাৰ কৰিছে নেকি? যদি কৰিছে কি কি চাইছে আপোনাৰ ফোনত? কেনেকৈ জানিব? চাওক এই Tips

আজি আমি আপোনাক দিবলৈ লৈছো এটা সহজ টিপ্ছ। যাৰ জৰিয়তে আপুনি আপোনাৰ ফোনত সেই ব্যক্তিজনে কি কি খুচৰিছে সেই সকলো জানিব পাৰিব।

আজি আমি আপোনাক দিবলৈ লৈছো এটা সহজ টিপ্ছ। যাৰ জৰিয়তে আপুনি আপোনাৰ ফোনত সেই ব্যক্তিজনে কি কি খুচৰিছে সেই সকলো জানিব পাৰিব।

  • Share this:
আপোনাৰ ম’বাইল ফোনটো আন কোনোবাই ব্যৱহাৰ কৰিছে নেকি? বা কোনো কাৰণত আনক ব্যৱহাৰ কৰিবলৈ দিবলগীয়া হৈছে নেকি? যদি হৈছে তেন্তে সেই লোকজনে আপোনাৰ ফোনটো ব্যৱহাৰ কৰাৰ সময়ত কি কি চাইছে আপোনাৰ ফোনত, সেয়া কেনেকৈ জানিব?

আজি আমি আপোনাক দিবলৈ লৈছো এটা সহজ টিপ্ছ। যাৰ জৰিয়তে আপুনি আপোনাৰ ফোনত সেই ব্যক্তিজনে কি কি খুচৰিছে সেই সকলো জানিব পাৰিব। আপোনাৰ ফোনত কি এপ খুলিছে, গেলাৰী খুলিছে নেকি বা আন কি কি খুলি চাইছে সেই সকলোবোৰ জানিব পাৰিব।

আৰু পঢ়ক : WhatsApp ব্যৱহাৰ কৰাসকলৰ বাবে তিনিটা সুন্দৰ Tips, জানি থওক

এয়া পৰীক্ষা কৰিবলৈ আপুনি আপোনাৰ ফোনত ডায়েল কৰক *#*#4636#*#*, ইয়াৰ পিছত আপুনি তিনিটা অপচন দেখিব। ইয়াৰে আপুনি Usage Statisticsত ক্লিক কৰিলে আপুনি দেখিবলৈ পাব আপোনাৰ ফোনত কি কি ফাইল খোলা হৈছে বা কি কি এপ খোলা হৈছে। কিমান টাইমৰ বাবে সেই এপ বা ফাইল খোলা হৈছে, এই সকলোবোৰ বিস্তাৰিতভাৱে জানিব পাৰিব।

শেহতীয়া বাতৰি