உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • technology
    • »
    • চীনত এতিয়া গুগল, ফেচবুকৰ পিছত LinkedIn হ’ব বন্ধ, মাইক্ৰ’ছফ্টে কৰিলে ডাঙৰ ঘোষণা

    চীনত এতিয়া গুগল, ফেচবুকৰ পিছত LinkedIn হ’ব বন্ধ, মাইক্ৰ’ছফ্টে কৰিলে ডাঙৰ ঘোষণা

    লিংকডইন ২০১৪ চনত চীনত মুকলি কৰা হৈছিল। লিমিটেড ফিচাৰৰ সৈতে এই এপ মুকলি কৰা হৈছিল।

    লিংকডইন ২০১৪ চনত চীনত মুকলি কৰা হৈছিল। লিমিটেড ফিচাৰৰ সৈতে এই এপ মুকলি কৰা হৈছিল।

    লিংকডইন ২০১৪ চনত চীনত মুকলি কৰা হৈছিল। লিমিটেড ফিচাৰৰ সৈতে এই এপ মুকলি কৰা হৈছিল।

    • Share this:
    মাইক্ৰ’ছফ্ট (Microsoft)–এ বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁলোকে চীনত নিজৰ ছচিয়েল নেটৱৰ্কিং এপ লিক্ডইন (LinkedIn)ৰ লোকেল ভাৰ্ছন বন্ধ কৰিব। উল্লেখযোগ্য যে লিংকডইন আমেৰিকাৰ পৰা পৰিচালিত হোৱা অন্তিম মুখ্য ছচিয়েল নেটৱৰ্ক প্লেটফৰ্ম যিটো এতিয়াও চীনত চলি আছে।

    লিংকডইন ২০১৪ চনত চীনত মুকলি কৰা হৈছিল। লিমিটেড ফিচাৰৰ সৈতে এই এপ মুকলি কৰা হৈছিল। আন কথাত ক’বলৈ গ’লে চীনৰ বাবে বিশেষকৈ এক নতুন ভাৰ্ছন বনাই লঞ্চ কৰা হৈছিল। যাতে চীনত বিদেশী কোম্পানীৰ বাবে ইণ্টাৰনেটৰ যি কঠোৰ নিয়ম বনোৱা হৈছে, সেয়া পালন কৰিব পাৰে।

    মাইক্ৰ’ছফ্টে কয় যে তেওঁলোকে চীনত কাম–কাজক লৈ প্ৰত্যাহ্বানমূলক পৰিস্থিতি আৰু কঠোৰ নিয়মৰ পালনৰ চৰ্তৰ বাবে লিংকডইন বন্ধ কৰিবলৈ গৈ আছে। অৱশ্যে লিংকডইনে এয়াও কয় যে তেওঁলোকে ইয়াৰ সলনি চীনত জব ছাৰ্চৰ ৱেবছাইট মুকলি কৰিব, য’ত লিংকডইনৰ ছচিয়েল নেটৱৰ্কৰ ফিচাৰ নাথাকিব।
    Published by:Sanjay Kumar Das
    First published: