মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »দীপান্বিতা উপলক্ষে OnePlus Nord 2 5G আৰু Nord CE 5G ত পাওক হেভী ডিছকাউণ্ট!

দীপান্বিতা উপলক্ষে OnePlus Nord 2 5G আৰু Nord CE 5G ত পাওক হেভী ডিছকাউণ্ট!

  • Share this:
OnePlus-ৰ তৰফৰ পৰা OnePlus Nord 2 5G আৰু Nord CE 5G হৈছে কম মূল্যতে সৰ্বশ্ৰেষ্ঠ মানৰ ফোন। এই দুটা ফোনত থকা উত্তম মানৰ হাৰ্ডৱেৰ, ধুনীয়া ডিজাইন, ডাঙৰ ডিছপ্লে আৰু আশ্চৰ্যজনক কেমেৰা হৈছে এই মূল্যত লাভ কৰিব পৰা অবিশ্বাস্য সুবিধাৰ সংগম। যদি আপুনি 30 হাজাৰ টকাতকৈ কম মূল্যৰ ফোন এটা কিনিব খোজে, এই দুটা ফোনক উপেক্ষা কৰিব পৰা নাযাব।



Nord 2: প্ৰদৰ্শনযোগ্য লুক আৰু পাৱাৰ
মীডিয়াটেক ডাইমেনছিটী 1200-AI চিপযুক্ত, 32 MP ছেলফি কেমেৰা আৰু 50 MP IMX 766 ৰ ৰীয়েৰ কেমেৰাৰে সজ্জিত Nord 2 হৈছে এক লেখত ল’বলগীয়া ফোন। ৰীয়েৰ কেমেৰাটো 8 MP আলট্ৰা-ৱাইড আৰু 2 MP মেক্ৰ’ৰে পেয়াৰ কৰা আছে, আৰু লগতে ৱাইড আৰু আলট্ৰা-ৱাইড উভয়েই নাইট ম’ডক সমৰ্থন কৰে। এই দুটাই দিনৰ পোহৰত ডাইনামিক ৰেঞ্জ প্ৰদান কৰাৰ লগতে অতি উত্তম ভিডিঅ’ শ্বুটিঙত সহায় কৰে। সমুখৰ ফালে আছে এখন ডাঙৰ 6.43-inch 90 Hz, HDR10 ৰেট প্ৰাপ্ত AMOLED, যি ফোনটোৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে ৱাৰ্প চাৰ্জৰ যোগেদি 65 W লৈকে চাৰ্জিং পাৱাৰ থকা 4,500 mAh শক্তিৰ বেটেৰীটো সুন্দৰকৈ লুকুৱাই ৰাখে।
সাধাৰণতে আপুনি 8/128 GB ভেৰিয়েণ্টটো ক্ৰয় কৰিবলৈ 30 হাজাৰ টকাতকৈ অলপ কম, আৰু 12/256 টোৰ বাবে 5 হাজাৰ টকা অধিক খৰচ কৰিব লগা হয়। এই ফোনটোৰ বৰ্তমান উপলব্ধ শ্ৰেষ্ঠ ডীল কেইটামান চাওঁ আহক।

নিৰ্বাচিত ষ্ট’ৰসমূহত 12/256 মডেলটোত 1,000 টকা মূল্যৰ উত্‍সৱৰ বিশেষ কুপন উপলব্ধ যিখন নৱেম্বৰলৈকে মান্য হ’ব, আৰু SBI ৰ যোগেদি OnePlus.in ত কৰা ক্ৰয়ৰ বাবে 1,500 টকা কেশ্ববেক লাভ কৰিব। SBI-এ কোনো অতিৰিক্ত খৰছ নথকা EMI ৰ বিকল্পও প্ৰদান কৰে। আপোনাৰ Nord 2 5G ত 1,000 টকাৰ অতিৰিক্ত ৰেহাইও লাভ কৰিব, যদিহে এটা iOS ডিভাইচ এক্সচেঞ্জ কৰা হয়।

Nord CE 5G: প্ৰকৃত OnePlus অভিজ্ঞতা লাভ কৰক

Nord 2 তকৈ CE ৰ মূল্য প্ৰায় 5,000 টকা কম, কিন্তু ডিজাইন বা পাৰফৰ্মেন্সৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা হোৱা নাই। এইটোত আপুনি লাভ কৰিব এটা শক্তিশালী Snapdragon 750G, যিটো গেমিঙৰ বাবে উত্তম, আৰু Nord 2 ৰ সৈতে একেই 8/128 আৰু 12/256 GB মেম’ৰী আৰু ষ্ট’ৰেজৰ বিকল্পৰ সৈতে ইয়াক পেয়াৰ কৰা হৈছে।
কেমেৰাৰ ক্ষেত্ৰত আছে এক 16 MP ছেলফি কেমেৰা আৰু ৰীয়েৰ কেমেৰাটো 64 MP, যিটো 8 MP আলট্ৰা-ৱাইড আৰু 2 MP মেক্ৰ’ কেমেৰাৰ সৈতে পেয়াৰ কৰা আছে। ইয়াৰ বেটেৰীও আনটোৰ দৰেই 4,500 mAh শক্তিশালী। 30 W দ্ৰুত চাৰ্জাৰ সমৰ্থিত ডিভাইচ হিচাপে চাৰ্জিং স্পীড অতি দ্ৰুত।

ক’বলৈ গ’লে এইখিনি সামৰিয়েই এইটো এক বঢ়িয়া ডীল, কিন্তু আৰু দুটামান অফাৰৰ কথাও ক’ব লাগিব যি এই ডীলটোক অধিক আকৰ্ষণীয় কৰি তুলিছে:
SBI ৰ কোনো অতিৰিক্ত খৰচ নথকা 3-6 মহীয়া EMIৰ অফাৰ ইয়াতো উপলব্ধ। এইয়া নিৰ্বাচিত ষ্ট’ৰ আৰু OnePlus.in-ত কৰা ক্ৰয়ৰ ক্ষেত্ৰত প্ৰযোজ্য। লগতে আছে 1,000 টকাৰ ইনষ্টেণ্ট বেংক ডিস্কাউণ্ট।



Amazon-ত কৰা ক্ৰয়ৰ ক্ষেত্ৰত HDFC-এ একেটা অতিৰিক্ত খৰচ নথকা EMIৰ আঁচনিৰ লগতে 2,000 টকাৰ ইনষ্টেণ্ট বেংক ডিস্কাউণ্টো প্ৰদান কৰে। পুৰণি iOS ডিভাইচ এক্সচেঞ্জৰ ক্ষেত্ৰত আপুনি অন্য এক 1,000 টকাৰ ৰেহাইও লাভ কৰিব।

শেহতীয়া বাতৰি