অপেক্ষাৰ অৱসান! দীপাৱলীত ভাৰতৰ বজাৰলৈ আহিব জিও ফোন নেক্সট(Jio Phone Next To Launch on Diwali)৷ আজিৰ দিনটোত এই কথা ঘোষণা কৰা হৈছে। নতুন জিও ফোনৰ নাম ৬৪৯৯ টকা ধাৰ্য কৰা হৈছে।
জিওৰ ফালৰ পৰা জনোৱা মতে, প্ৰাথমিক ভাবে ১৯৯৯ টকা দিলেই লাভ কৰিব জিও ফোন নেক্সট। বাকী টকা সহজেই কিস্তি কিস্তিকৈ পৰিশোধ কৰাৰ বিকল্প পথ আছে।