• Home
  • »
  • News
  • »
  • technology
  • »
  • Reliance Jio 1 Rupee Plan : Jioৰ আটাইতকৈ সস্তা প্লান, মাত্ৰ ১ টকাত ৩০ দিনৰ ভেলিডিটীৰ লগতে পাব ডাটাও

Reliance Jio 1 Rupee Plan : Jioৰ আটাইতকৈ সস্তা প্লান, মাত্ৰ ১ টকাত ৩০ দিনৰ ভেলিডিটীৰ লগতে পাব ডাটাও

জিঅ’ৰ ১ টকাৰ প্লানত ৩০ দিনৰ ভেলিডিটী পাব গ্ৰাহকে। ১০০ এম বি হাইস্পীড ডাটা লাভ কৰিব। যেতিয়া এই প্লানত ১০০ এম বি ডাটা লিমিট শেষ হ’ব, তেতিয়া ইণ্টাৰনেট স্পীড হ্ৰাস হৈ 60 kbpsলৈ আহিব।

  • Share this:
Reliance Jio 1 Rupee Plan: ৰিলায়েঞ্চ জিঅ’ (Reliance Jio)ই নিজৰ আটাইতকৈ সস্তা প্ৰিপেইড প্লান মুকলি কৰিছে। এই প্লান কেৱল ১ টকাতে লাভ কৰিব। এই প্লান মাই জিঅ’ (My Jio) এপত তালিকাভুক্ত কৰা হৈছে। জিঅ’ ই এই প্লান কম ডাটা ব্যৱহাৰ কৰা গ্ৰাহকৰ বাবে মুকলি কৰিছে।

জিঅ’ৰ ১ টকাৰ প্লানত ৩০ দিনৰ ভেলিডিটী পাব গ্ৰাহকে। ১০০ এম বি হাইস্পীড ডাটা লাভ কৰিব। যেতিয়া এই প্লানত ১০০ এম বি ডাটা লিমিট শেষ হ’ব, তেতিয়া ইণ্টাৰনেট স্পীড হ্ৰাস হৈ 60 kbpsলৈ আহিব। এই প্লানত কলিং আৰু মেছেজিংৰ সুবিধা দিয়া হোৱা নাই। অৰ্থাৎ এই প্লানৰ জৰিয়তে আপুনি নিজৰ ছিমখন এক্টিভেট কৰি ৰাখিব পাৰে। যিসকলে নিজৰ ছিমখন মাত্ৰ জীয়াই ৰাখিব বিচাৰে তেওঁলোকৰ বাবে এই প্লান খুব কামত আহিব।

জিঅ’ৰ ১৯৯ টকাৰ প্ৰিপেইড প্লান

ৰিলায়েঞ্চ জিঅ’ৰ ১১৯ টকাৰ প্লানত ভেলিডিটী ১৪ দিনৰ। ২০৯ টকাৰ প্লানত দৈনিক 1.5GB ডাটা লাভ কৰিব, অৰ্থাৎ ব্যৱহাৰকাৰীয়ে মাহিলি 21GB ডাটা লাভ কৰিব। লগতে যিকোনো নেটৱৰ্কত আনলিমিটেড কলিঙৰ সুবিধাও পোৱা যায়। এই প্লানত দৈনিক 300 SMS পাব। জিঅ’ এপৰ ফ্ৰী ছাবস্ক্ৰিপচনো পাব, ইয়াত JioTV, JioCinema, JioSecurity, আৰু JioCloudৰ দৰে জিঅ’ এপ আছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি