
জিঅ’ টু জিঅ’ ফ্ৰী আনলিমিটেড কলৰ সুবিধাও গ্ৰাহকে লাভ কৰিব এই প্লেনত। আন নেটৱৰ্কৰ বাবে ১০০০ মিনিট দিয়া হ’ব।
জিঅ’ টু জিঅ’ ফ্ৰী আনলিমিটেড কলৰ সুবিধাও গ্ৰাহকে লাভ কৰিব এই প্লেনত। আন নেটৱৰ্কৰ বাবে ১০০০ মিনিট দিয়া হ’ব।
গ্ৰাহকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জিঅ’ই আগবঢ়াই আহিছে আকৰ্ষণীয় সুবিধা। নিজৰ প্ৰয়োজন অনুসৰি গ্ৰাহকে ব্যৱহাৰ কৰিব পাৰে জিঅ’ৰ ৰিচাৰ্জ। এইবাৰ কোম্পানীটোৱে গ্ৰাহকলৈ আগবঢ়াইছে ১৯৯ টকাৰ এক আকৰ্ষণীয় অফাৰ।
১৯৯ টকাৰ এই প্লেনৰ ভেলিডিটী ২৮ দিন। এই প্লেনৰ জৰিয়তে গ্ৰাহকে প্ৰতিদিনে লাভ কৰিব ১.৫ জিবি ডাটা। অৰ্থাৎ ২৮ দিনৰ ভেলিডিটী থকা এই পেকত মুঠ ডাটা লাভ কৰিব ৪২ জিবি। ইয়াৰ উপৰি এই প্লেনত গ্ৰাহকে লাভ কৰিব ১০০ SMSৰ সুবিধাও।
![]()
জিঅ’ টু জিঅ’ ফ্ৰী আনলিমিটেড কলৰ সুবিধাও গ্ৰাহকে লাভ কৰিব এই প্লেনত। আন নেটৱৰ্কৰ বাবে ১০০০ মিনিট দিয়া হ’ব। তদুপৰি এই প্লেনত জিঅ’ এপৰ বিনামূলীয়া ছাবস্ক্ৰিপচন লাভ কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|