মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »ভাৰতৰ বিজ্ঞানীৰ সাফল্য, প্ৰথমবাৰলৈ প্ৰকাশ কৰিলে ক’ৰোণা ভাইৰাছৰ ইলেক্ট্ৰন মাইক্ৰ’স্কোপিক ছবি

ভাৰতৰ বিজ্ঞানীৰ সাফল্য, প্ৰথমবাৰলৈ প্ৰকাশ কৰিলে ক’ৰোণা ভাইৰাছৰ ইলেক্ট্ৰন মাইক্ৰ’স্কোপিক ছবি

পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজিৰ এদল বিজ্ঞানীয়ে মাইক্ৰ’স্কোপৰ জৰিয়তে ক’ৰোণা ভাইৰাছৰ ফটো তুলিবলৈ সক্ষম হয়।

পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজিৰ এদল বিজ্ঞানীয়ে মাইক্ৰ’স্কোপৰ জৰিয়তে ক’ৰোণা ভাইৰাছৰ ফটো তুলিবলৈ সক্ষম হয়।

  • Share this:
ক’ৰোণা ভাইৰাছৰ ভয়ংকৰ ৰূপ এতিয়া সমগ্ৰ বিশ্বতে। প্ৰত্যেকদিনাই ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে হাজাৰৰো অধিক লোক। তাৰ মাজতে ভাৰতীয় বিজ্ঞানীৰ বিশেষ সাফল্য। প্ৰথমবাৰৰ বাবে ভাৰতীয় বিজ্ঞানীয়ে প্ৰকাশ কৰিলে ক’ভিড–১৯ বেমাৰ সৃষ্টিকাৰী ক’ৰোণা ভাইৰাছৰ ইলেক্ট্ৰন মাইক্ৰ’স্কোপিক ছবি। উল্লেখযোগ্য যে, এই ছবি এতিয়া পৰৱৰ্তী গৱেষণাৰ বাবে সহায়ক হৈ উঠিব। লগতে ক’ৰোণা ভাইৰাছৰ ভেকটিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো ভাৰতীয় বিজ্ঞানীয়ে প্ৰকাশ কৰা এই ছবিয়ে বিশেষ ভাবে সহায় কৰিব।

পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজিৰ এদল বিজ্ঞানীয়ে মাইক্ৰ’স্কোপৰ জৰিয়তে ক’ৰোণা ভাইৰাছৰ ফটো তুলিবলৈ সক্ষম হয়।

শেহতীয়া বাতৰি