এই শতিকাৰ প্ৰথম দুটা দশকত কানেক্টিভিটী প্ৰযুক্তি, কম্পিউটিং প্ৰযুক্তি, নেক্সট জেনেৰেশ্যন, চিলিকন চিপৰ লগতে বহুতো প্ৰযুক্তিৰ একত্ৰীকৰণৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনাৰ সৃষ্টি হৈছে।
এই শতিকাৰ প্ৰথম দুটা দশকত কানেক্টিভিটী প্ৰযুক্তি, কম্পিউটিং প্ৰযুক্তি, নেক্সট জেনেৰেশ্যন, চিলিকন চিপৰ লগতে বহুতো প্ৰযুক্তিৰ একত্ৰীকৰণৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনাৰ সৃষ্টি হৈছে।
এই শতিকাৰ প্ৰথম দুটা দশকত কানেক্টিভিটী প্ৰযুক্তি, কম্পিউটিং প্ৰযুক্তি, নেক্সট জেনেৰেশ্যন, চিলিকন চিপৰ লগতে বহুতো প্ৰযুক্তিৰ একত্ৰীকৰণৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনাৰ সৃষ্টি হৈছে। যাৰ ফলত যথেষ্ট পৰিৱৰ্তন আহিছে। কিন্তু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক মুকেশ আম্বানীয়ে কয় যে এয়া এক 'আৰু অধিক অবিশ্বাস্য, আৰু অধিক ৰোমাঞ্চকৰ, আৰু অধিক লাভজনক' পৰিৱৰ্তনৰ আৰম্ভণি।
৩ ডিচেম্বৰত আন্তৰ্জাতিক বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ আৰু ব্লুমবাৰ্গ এছিয়াৰ ইনফিনিটি ফ'ৰামত আৱানা কেপিটেলৰ প্ৰতিষ্ঠাপক আৰু ডেনা বেংকৰ প্ৰাক্তন অধ্যক্ষ অঞ্জলি বনচালৰ সৈতে হোৱা কথোপকথনত এই মত ব্যক্ত কৰে মুকেশ আম্বানীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|